27 C
Guwahati
Tuesday, April 30, 2024

National Film Awards 2023: আলিয়া ভাট আৰু কৃতি সেননে পালে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান; আল্লু অৰ্জুন হ’ল শ্ৰেষ্ঠ অভিনেতা…অসমেও পালে বহুকেইটা এৱাৰ্ড, চাওক সম্পূৰ্ণ তালিকা

National Film Awards 2023 List: ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বিজয়ীসকলৰ ঘোষণা কৰা হ'ল। ২৪ আগষ্টত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বিজয়ীসকলৰ তালিকা প্ৰকাশ কৰা হ'ল

Must Read

National Film Awards 2023 List: ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বিজয়ীসকলৰ ঘোষণা কৰা হ’ল (69th National Film Awards 2023)। ২৪ আগষ্টত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ বিজয়ীসকলৰ তালিকা প্ৰকাশ কৰা হ’ল।

এই বঁটা চলচ্চিত্ৰ সমাজৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সন্মানজনক বুলি জনা যায়। এই এৱাৰ্ড ২০২১ত মুক্তি পোৱা চিনেমাসমূহক দিয়া হৈছে।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ দৌৰত এইবাৰ আলিয়া ভাট (Alia Bhatt) আৰু কংগনা ৰানাৱটৰ মাজত তীব্ৰ যুঁজ বুলি ভবা হৈছিল।

অৱশ্যে আলিয়া ভাটে এই যুঁজত জয়ী হ’বলৈ সক্ষম হয় আৰু “গংগুবাই কাঠিয়াৱাড়ী” (Gangubai Kathiawadi)ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

National Film Awards 2023

ইফালে “মিমী”ৰ (Mimi) বাবে কৃতি সেননেও (Kriti Sanon) লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

National Film Awards 2023

ইফালে শ্ৰেষ্ঠ অভিনেতাৰ কেটেগৰীৰ যদি কথা কোৱা হয় তেন্তে আল্লু অৰ্জুন, ৰাম চৰণ, জুনিয়ৰ এনটিআৰক ইয়াৰ প্ৰৱল দাবীদাৰ বুলি জনা গৈছিল।

ইয়াৰোপৰি মালায়ম অভিনেতা Joju Georgeৰো নাম পোহৰলৈ আহিছিল।

কিন্তু সকলোকে পিছ পেলাই আল্লু অৰ্জুনে (Allu Arjun) “পুষ্পা”ৰ (Pushpa) বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

National Film Awards 2023

আল্লু অৰ্জুনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাত তেওঁৰ বন্ধু জুনিয়ৰ এনটিআৰে শুভেচ্ছা জ্ঞাপন কৰে (National Film Awards 2023)

২০২৩ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ তালিকাখন (National Film Awards 2023 List) এনেধৰণৰ–

এক থা গাঁওলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান
শ্ৰেষ্ঠ অসমীয়া ছবি অনুৰ
শ্ৰেষ্ঠ মিচিং ছবি বুম্বা ৰাইড
হাতী বন্ধুৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ৰাষ্ট্ৰীয় বঁটা। BEST NARRATIVE VOICE OVERৰ বঁটা ভট্টাচাৰ্যলৈ।
শ্ৰেষ্ঠ তিৱা ছবি FIRE ON EDGE
শ্বেৰশ্বাহলৈ জুৰিৰ বিশেষ বঁটা ঘোষণা
RRR আৰু পুষ্পা লৈ শ্ৰেষ্ঠ সংগীতৰ সন্মান
শ্ৰেয়া ঘোষাললৈ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বঁটা
পালা ভৈৰৱলৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ বঁটা
মনোজ ত্ৰিপাঠীলৈ শ্ৰেষ্ঠ সহ-অভিনেতাৰ সন্মান
শ্ৰেষ্ঠ মহিলা অভিনেত্ৰী আলিয়া ভাট, কৃতী সেনন
আল্লু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান
ৰাষ্ট্ৰীয় একতাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ কাশ্মীৰ ফাইলছ
শ্ৰেষ্ঠ জনপ্ৰিয় ছবি RRR
Rocketry লৈ শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান

ইয়াৰ লগতে চাওক আন শিতানৰ শ্ৰেষ্ঠ সন্মানপ্ৰাপক ছবি আৰু কলা–কুশলীঃ (National Film Awards 2023)-

শ্ৰেষ্ঠ বাংলা ছবি: কালোক্কো
শ্ৰেষ্ঠ হিন্দী ছবি: চৰ্দাৰ উধাম
শ্ৰেষ্ঠ গুজৰাটী ছবি: চেল্লো শ্ব’
শ্ৰেষ্ঠ কানাড়া ছবি: ৭৭৭ চাৰ্লি
শ্ৰেষ্ঠ মৈথিলী ছবি: সমানান্তৰ
শ্ৰেষ্ঠ মাৰাঠী ছবি: একদা কায় জালা
শ্ৰেষ্ঠ মালয়ালম ছবি: হোম
শ্ৰেষ্ঠ ওড়িয়া ছবি: প্ৰতীক্ষা
শ্ৰেষ্ঠ তামিল ছবি: কদায়াসী ব্যৱসায়ী
শ্ৰেষ্ঠ তেলুগু ছবি: উপেন্না
শ্ৰেষ্ঠ একচন পৰিচালনাৰ বঁটা: আৰ আৰ আৰ
শ্ৰেষ্ঠ কোৰিঅ’গ্ৰাফী: আৰ আৰ আৰ
শ্ৰেষ্ঠ বিশেষ প্ৰভাৱ: আৰ আৰ আৰ
শ্ৰেষ্ঠ সংগীত পৰিচালনা: পুষ্পা ১
শ্ৰেষ্ঠ মেক-আপ আৰ্টিষ্ট: গংগুবাই কাঠিয়াৱাড়ী
শ্ৰেষ্ঠ সাজ-সজ্জা ডিজাইন: চৰ্দাৰ উধাম
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন: চৰ্দাৰ উধাম
শ্ৰেষ্ঠ সম্পাদনাঃ গংগুবাই কাঠিয়াৱাড়ী
শ্ৰেষ্ঠ চিত্ৰনাট্য: নাইতু (মালয়ালম ছবি)
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী: চৰ্দাৰ উধাম
শ্ৰেষ্ঠ গায়ক: ইৰাবিন নিজাল, শ্ৰেয়া ঘোষাল
পুৰুষ গায়ক: কাল ভৈৰৱ, আৰ আৰ আৰ
শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী বঁটা: পল্লৱ যোশী, দ্য কাশ্মীৰ ফাইলছ
শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটাঃ পংকজ ত্ৰিপাঠী, মিমি
শ্ৰেষ্ঠ পৰিচালক বঁটাঃ নিখিল মহাজন, গোদাবৰী
নাৰ্গিছ দত্ত বঁটাঃ কাশ্মীৰ ফাইলছ, বিবেক ৰঞ্জন অগ্নিহোত্ৰী
শ্ৰেষ্ঠ জনপ্ৰিয় ছবি: আৰ আৰ আৰ
শ্ৰেষ্ঠ শিশু ছবি: গান্ধী এণ্ড কোম্পানী

Photo: Google

লগতে পঢ়কঃ Assam Cabinet 4 New Districts: অসমৰ ৪খন জিলাই পুনৰ ঘূৰাই পালে জিলা মৰ্যাদা; লগতে বিলুপ্ত ঘটিল মহকুমাৰ, গঠন হ’ল ৮১খন উপ-জিলাৰ…পিছে কোন কেইখন জিলা হ’ল পুনৰ গঠন?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -