35 C
Guwahati
Thursday, May 16, 2024

Assam Buwari Missing: কিয় বাঢ়িছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা? এইবাৰ হেৰাল মেৰাপানীৰ এগৰাকী ২৭ বছৰীয়া সুন্দৰী “বোৱাৰী”; ৩ সন্তানক এৰি ৰাতিয়ে নাইকিয়া হ’ল জানমণি…

Must Read

ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা (Assam Buwari Missing Case)।

প্ৰতিদিনে সংবাদ মাধ্যমত বোৱাৰী নিৰুদ্দেশ (Buwari Missing) হোৱাৰ ঘটনা পোহৰলৈ আহিয়েই থাকে। নামনি অসমৰ পৰা আৰম্ভ কৰি উজনি অসমলৈ এনে ঘটনা সংঘটিত হোৱাটো যেন এতিয়া স্বাভাৱিক হৈ পৰিছে।

Assam Buwari Missing

কিছুদিন আগতে গোলাঘাটৰ আৰু বঙাইগাঁৱৰ বোৱাৰীৰ পৰ্ণ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। প্ৰথমে ঘৰৰ পৰা নিৰুদ্দেশ হয় তাৰ পিছত এই সন্ধানহীন বোৱাৰীবিলাকৰ অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত।

কেৱল এয়াই নহয় পৰকীয়া প্ৰেমত পৰিও বহু বোৱাৰী ঘৰৰ পৰা নাইকিয়া হোৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায় (Assam Buwari Missing Case)

এইবাৰ সেই একেই ঘটনা সংঘটিত হ’ল মেৰাপানীত (Merapani)। মেৰাপানীৰ ভেলৌগুৰিৰ ২৭ বছৰীয়া বোৱাৰী জানমণি ওৰফে মল্লিকা চুলতানা আহমেদ যোৱা ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে। ৩টাকৈ সন্তানক এৰি নিশা ঘৰৰ পৰাই নিৰুদ্দেশ হ’ল জানমণি (Merapani Buwari Missing From 19 August)

এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰকীয়া প্ৰেমৰ পৰিণতিত ৰাজ্যত এনে ঘটনা বৃদ্ধি হোৱাৰ সময়তে জানমণিও পৰ-পুৰুষলৈ পলাই যোৱাৰ সন্দেহত ভাঙি পৰিছে স্বামী আচাৰুল হক (Assam Buwari Missing Case)

স্বামীয়ে জানিবলৈ দিয়া মতে, ১৯ আগষ্টৰ নিশা ভেলৌগুৰিৰনিজ বাসগৃহৰ পৰাই নাইকিয়া হয় ৩ সন্তানৰ মাতৃ জানমণি। যাৰ বাবে এক বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালটোত।

ইপিনে মহিলাগৰাকীৰ ডাঙৰ পুত্ৰৰ কাতৰ অনুৰোধ- ‘আম্মাজান তুমি যতে আছা ঘূৰি আহা’।

উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীৰ কাষ চাপিছে জানমণিৰ স্বামী আচাৰুল হক (Husband Fir Lodging At Merapani Police Station)

Photo: Batori24

লগতে পঢ়কঃ জানি থওক! বহি থকাৰ সময়ত ভৰি নচুৱাই (Moving Legs) থাকে নেকি? যদি থাকে তেন্তে আজিয়েই এৰক এই অভ্যাস, নহ’লে দৰিদ্ৰতাই কেতিয়াও লগ নেৰিব, আৰু হ’ব বহু লোকচান…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -