37 C
Guwahati
Thursday, May 16, 2024

Nazira Subhalakshmi Dutta Case: অৱশেষত! বন কৰা মহিলাৰ গাত “গৰম পানী ঢলা” আৰু “গুপ্তাংগত” জলকীয়া সনা ASP শুভলক্ষ্মী দত্তক শাস্তিমূলক বদলি

Nazira Subhalakshmi Dutta Case: এই কথা টুইটযোগে জনালে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে (Assam DGP GP Singh)

Must Read

Nazira Subhalakshmi Dutta Case At Assam: বনকৰা মহিলাক শাৰীৰিকভাবে নিৰ্যাতন চলোৱা ASP শুভলক্ষ্মী দত্তই অৱশেষত পালে শাস্তি।

শুভলক্ষ্মী দত্তক হেড কোৱাৰ্টাৰ ক্ল’জ (Subhalakshmi Dutta Is Closed To Hq With Immediate Effect)

এই কথা টুইটযোগে জনালে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে (Assam DGP GP Singh)

২৬ আগষ্টত নাজিৰাত সংঘটিত হোৱা জঘন্য কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য (Nazira Women Police Harrased Case)। ঘটনাটো সংঘটিত হোৱাৰ ৩ দিন উকলি যোৱাৰ পিছতো মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে লোৱা নাছিল কোনোধৰণৰ ব্যৱস্থা। আজি দত্তক শাস্তিমূলক বদলি কৰা হ’ল।

উল্লেখ্য নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই (Subhalakshmi Dutta) তেওঁৰ ঘৰত বনকৰা মহিলাগৰাকীৰ গাত গৰমপানী ঢালি শাৰীৰিক নিৰ্যাতন চলাইছিল (Housemaid Harrased By Nazira Women Police)

বন কৰা মহিলাগৰাকীক বাথৰুমত ভৰাই শৰীৰত গৰমপানী ঢালিছিল (Housemaid Harrased By Nazira Women Police)। কেৱল ইমানতেই ক্ষান্ত নাথাকি মহিলাগৰাকীৰ গুপ্তাংগত সানিছিল জলকীয়াৰ গুৰি।

লগতে পঢ়কঃ Nazira Women Police Harrased: “শুভলক্ষ্মী”ৰ প্ৰতি ইমান দৰদ কিয়? ৩ দিন উকলিল কিন্তু আজিপৰ্যন্ত নিলম্বন বা গ্ৰেপ্তাৰ হোৱা নাই এইগৰাকী মহিলা আৰক্ষী বিষয়া; বনকৰা মহিলাৰ গাত গৰম পানী ঢলাৰ লগতে “গুপ্তাংগত” সানিছিল জলকীয়া…

মন গ’লেই মহিলাগৰাকীক বেলনা মাৰিৰে কোবাই আহত কৰিছিল। কেৱল শুভলক্ষ্মীয়ে নহয় তেওঁৰ কন্যাইও মহিলাগৰাকীক ঘুচিয়াই আৰু গুৰিয়াইছিল (Nazira Subhalakshmi Dutta Case)

Nazira Subhalakshmi Dutta Case Nazira Subhalakshmi Dutta Case

এই ঘটনাৰ পিছতে নাজিৰা আদৰ্শ আৰক্ষী থানাত গোচৰ তৰিছিল ভুক্তভোগী মহিলাগৰাকীয়ে (Nazira Subhalakshmi Dutta Case)। অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছিল এই সকলো কথা।

Nazira Subhalakshmi Dutta Case Nazira Subhalakshmi Dutta Case Nazira Subhalakshmi Dutta Case

এই ঘটনাৰ পিছতে একাংশই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। কিন্তু এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যাৰ বাবে ডিজিপি জিপি সিঙে (DGP GP Singh) ঘটনাৰ উচিত তদন্ত হ’ব বুলি আশ্বাস দিছিল (Assam Police)

কিন্তু ৩ দিন ধৰি নাজিৰা মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা নাছিল। কিন্তু আজি শুভলক্ষ্মী দত্তক শাস্তিমূলকভাবে হেড কোৱাৰ্টাৰ ক্ল’জ কৰা হয়। DGP জি পি সিঙে এই কথা টুইটাৰযোগে জনায় (Nazira Subhalakshmi Dutta Case)

Photo: Batori24

লগতে পঢ়কঃ Youth Suicide For Money: আত্মহত্যাই জানো শেষ উপায়! “টকা” ধাৰে লৈছিল বহু মানুহৰ পৰা; ঘূৰাই দিব নোৱাৰাত পাইছিল হত্যাৰ ভাবুকি, উপায় নাপায় কৰিলে “আত্মহত্যা”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -