24 C
Guwahati
Monday, May 6, 2024

Subhalakshmi Dutta Surrendered: ইমানদিনে পলাই ফুৰা ASP শুভলক্ষ্মী দত্তৰ অৱশেষত আত্মসমৰ্পণ; লগে লগে গ্ৰেপ্তাৰ, এইগৰাকী শুভলক্ষ্মীয়ে বন কৰা মহিলাৰ গাত “গৰম পানী ঢলা” আৰু “গুপ্তাংগত” জলকীয়া সনাৰ দৰে কুকৰ্ম কৰিছিল…

Subhalakshmi Dutta Surrendered At Sivasagar: বনকৰা মহিলাক শাৰীৰিকভাবে নিৰ্যাতন চলোৱা ASP শুভলক্ষ্মী দত্তই অৱশেষত কৰিলে আত্মসমৰ্পণ

Must Read

Subhalakshmi Dutta Surrendered At Sivasagar: বনকৰা মহিলাক শাৰীৰিকভাবে নিৰ্যাতন চলোৱা ASP শুভলক্ষ্মী দত্তই অৱশেষত কৰিলে আত্মসমৰ্পণ। চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী।

শনিবাৰে পুৱাই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় নিলম্বিত আৰক্ষী অধীক্ষকগৰাকী (Subhalakshmi Dutta Surrendered)

ইফালে আত্মসমৰ্পণৰ পিছতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি আৰক্ষী বিষয়াগৰাকীক শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) জিম্মাত লয়।

আজি বন্ধৰ দিন হোৱা বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব শুভলক্ষ্মী দত্তক (Subhalakshmi Dutta)। আৰক্ষীয়ে জেৰাৰ বাবে তেওঁক জিম্মাত বিচাৰিব।

Subhalakshmi Dutta Surrendered Subhalakshmi Dutta Surrendered Subhalakshmi Dutta Surrendered

লগতে পঢ়কঃ Subhalakshmi Dutta Suspended: এইবাৰহে পালে উচিত শাস্তি! ASP শুভলক্ষ্মী দত্তক নিলম্বন; বন কৰা মহিলাৰ গাত “গৰম পানী” ঢালিছিল আৰু “গুপ্তাংগত” জলকীয়াৰ গুৰি সানিছিল এইগৰাকী মহিলা আৰক্ষীয়ে

শুভলক্ষ্মীয়ে ঘৰত বনকৰা মহিলাক বাথৰুমত ভৰাই শৰীৰত গৰমপানী ঢলাৰ লগতে মহিলাগৰাকীৰ গুপ্তাংগত (Private Part) সানিছিল জলকীয়াৰ গুৰিও।

নানা ধৰণৰ অকথ্য নিৰ্যাতন চলাইছিল অনিমা প্ৰজা নামৰ মহিলাগৰাকীক। এই অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগতে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল (Housemaid Harrased By Nazira Women Police)

ইয়াৰ পাছত কেইবাদিনো ধৰি পলাতক হৈ আছিল নিলম্বিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত (Subhalakshmi Dutta Surrendered)। আনকি আৰক্ষীয়ে শুভলক্ষ্মীক পলাতক আচামী হিচাপে ঘোষণা কৰিছিল।

বিগত প্ৰায় দুসপ্তাহে শুভলক্ষ্মীক বিচাৰি অভিযান চলাই আছিল আৰক্ষীয়ে ৷ শেহতীয়াকৈ গুৱাহাটীত (Guwahati Police) শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police Operation) অভিযান চলোৱাৰ সময়ত প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ফ্লেটৰ পৰা আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰিবলৈ সক্ষম হৈছিল শুভলক্ষ্মী।

যি দৃশ্য আৱদ্ধ হৈছিল মহানগৰীৰ ছয়মাইলৰ জয়ানগৰত থকা পাৰ্লে ৰেচিডেঞ্চিৰ চিচিটিভি কেমেৰাত ৷

আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে উচ্চ পদস্থ আৰক্ষী বিষয়াই সংবাদমেল সম্বোধন কৰি পলাতক আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব বুলি ঘোষণা কৰাৰ পিছদিনাই অভিযুক্ত বিষয়াগৰাকীয়ে আত্মসমৰ্পণ কৰে (Subhalakshmi Dutta Surrendered)

উল্লেখ্য ২৬ আগষ্টত নাজিৰাত সংঘটিত হোৱা জঘন্য কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য (Nazira Women Police Harrased Case)। ঘটনাটো সংঘটিত হোৱাৰ ৩ দিন উকলি যোৱাৰ পিছতো মহিলা আৰক্ষীগৰাকীৰ বিৰুদ্ধে লোৱা নাছিল কোনোধৰণৰ ব্যৱস্থা।

Photo: Batori24

লগতে পঢ়কঃ Dhubri Police Stolen Onions: চোৰ নে পুলিচ? ঘোচ নহয়; এইবাৰ মহা মূল্যবান “পিঁয়াজ” চুৰি কৰি ভাইৰেল হ’ল এইজন আৰক্ষী, খাকী পোছাকযোৰ পিন্ধিয়েই চোৰৰ দৰে কৰিলে চুৰি…Watch Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -