29 C
Guwahati
Saturday, May 18, 2024

সলনি হ’ব গুৱাহাটীৰ বহু কেইটা স্থানৰ নাম

Must Read

সলনি হ’ব গুৱাহাটীৰ বহু কেইটা স্থানৰ নাম

শীঘ্ৰেই সলনি হ’ব গুৱাহাটীৰ ৮ টাকৈ স্থানৰ নাম। নাম সলনিৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ চিন্তা-চৰ্চাক বাস্তৱ ৰূপ দিবলৈ তৎপৰ GMC । প্ৰস্তাৱ অনুসৰি কালাপাহাৰৰ নাম হ’ব নীলাচল নগৰ আৰু চেৰাবভাটীৰ নাম হ’ব আৰ্য নগৰ। আন বহু ঠাইৰো নাম সলনিৰ বাবে চিন্তা-চৰ্চা পৌৰ নিগমৰ। এই সন্দৰ্ভত স্থানীয় লোকৰ পৰা বিচৰা হৈছিল মতামত।

 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -