23 C
Guwahati
Sunday, May 5, 2024

Nalbari Rape Case: নিশাৰ আন্ধাৰত নিৰ্লজ্জ কাণ্ড! বাছ আস্থানত শুই থকা বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ এজন বৃদ্ধৰ, CCTVত বন্দী ধৰ্ষণৰ সমগ্ৰ দৃশ্য…

Nalbari Rape Case: মানুহ কিমান তললৈ যাব পাৰে, কিমান নিকৃষ্ট হ’ব পাৰে সেই কথা প্ৰমাণিত হৈছে নলবাৰীৰ (Nalbari) এটা ঘটনাত

Must Read

Nalbari Rape Case: মানুহ কিমান তললৈ যাব পাৰে, কিমান নিকৃষ্ট হ’ব পাৰে সেই কথা প্ৰমাণিত হৈছে নলবাৰীৰ (Nalbari) এটা ঘটনাত।

Nalbari Rape Case

নলবাৰীত নিশাৰ আন্ধাৰত এক জঘন্য ঘটনা সংঘটিত হৈছে (Nalbari Rape Case)। ৰাজপথত শুই থকা এগৰাকী বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ এগৰাকী ৫০ উৰ্ধৰ লোকৰ (Women Rape By 50 Years Old Man)

নলবাৰীৰ ধমধমা বাছ আস্থানত সংঘটিত হৈছে এই ঘটনা। CCTV কেমেৰাত বন্দী এই জঘন্য কাণ্ডৰ সমগ্ৰ দৃশ্য (CCTV Footage Viral)

১৯ মে’ৰ নিশা এই ঘটনা সংঘটিত হৈছিল। CCTVৰ দৃশ্য অনুসৰি এজন লোকে এইদৰে মহিলাগৰাকীক যৌন নিৰ্যাতন (Sexually Harrasment) চলোৱা দেখা গৈছে।

এই ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে (Nalbari Police) চৰহাব আলী নামৰ এজন লোকক আটক কৰিছে (Nalbari Rape Case)

ধুবুৰীৰ পৰা আটক কৰিছে লোকজনক। বৰ্তমানলৈ নলবাৰী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত মুখ খোলা নাই। এই জঘন্য ঘটনাৰ CCTV ফুটেজ আমাৰ হাতলৈ আহিছে। কিন্তু বিধিগত কাৰণত এই ভিডিঅ’ আমি আপোনালোকক দেখুৱাব নোৱাৰিম (Nalbari Rape Case)

ঘটনা পোহৰলৈ অহাৰ পিছৰ পৰাই আত্মগোপন কৰি আছিল অভিযুক্ত চৰহাব আলী। কিন্তু গোপন সূত্ৰৰ পম খেদি পুৱতিনিশা ধমধমা আৰক্ষীয়ে (Dhamdhama Police) বঙাইগাঁৱত কৰায়ত্ত কৰে লম্পট চৰহাব আলীক ৷

ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ধমধমাৰ সংগঠনৰ।

Photo & Input: Batori24

লগতে পঢ়কঃ Vande Bharat Express: অসমৰ প্ৰথমখন “বন্দে ভাৰত এক্সপ্ৰেছ”; গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত হ’ব চলাচল, পিছে জানি লওক সময় আৰু ভাড়া কিমান?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -