29 C
Guwahati
Sunday, May 19, 2024

Kaliabar Student Died: মৰ্মান্তিক! স্কুলৰ জিৰণীৰ সময়ত খেলি থাকোতেই মূৰৰ ওপৰত পৰে MGNREGAৰ ছাইনবোৰ্ড; কৰুণ মৃত্যু ৯ বছৰীয়া ছাত্ৰীৰ, পৰিয়ালত কান্দোনৰ ৰোল

Kaliabar Student Died: কলিয়াবৰৰ (Kaliabar) ২নং বৰঘূলিত (Barghuli) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)

Must Read

Kaliabar Student Died: কলিয়াবৰৰ (Kaliabar) ২নং বৰঘূলিত (Barghuli) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। বালিকা মোক্তাব প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

Kaliabar Student Died
Kaliabar Student Died

বিদ্যালয় চৌহদ নিৰ্মাণৰ ফলক ভাঙি এগৰাকী ছাত্ৰীৰ মৃত্যু (Girl Died After Breaked Sign Board)। নিহত ছাত্ৰীগৰাকী দ্বিতীয় শ্ৰেণীৰ ফাৰ্জাতুন মমতাজ। জিৰণীৰ সময়ত খেলি থকা অৱস্থাত পকী ফলক ভাঙি মূৰৰ ওপৰত পৰাৰ ফলতে থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ (Kaliabar Student Died)

পশ্চিম কলিয়াবৰ উন্নয়নখণ্ডৰ অধীনৰ বৰঘূলি গাঁও পঞ্চায়তৰ ছাইনবোৰ্ডখন MGNREGA আঁচনিৰ আছিল। ঘটনা সংঘটিত হোৱাৰ পিছতে হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। কান্দি-কাটি হাহাকাৰ মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ (Kaliabar Student Died)

স্থানীয় চুলুং আৰু উলুৱনী আৰক্ষীৰ লগতে কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া (Kaliabar Police) ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। এই ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

Photo & Input: Batori24

লগতে পঢ়কঃ Manipur Violence: ”মোৰ মণিপুৰ জ্বলি আছে, সহায় কৰক”- মাজনিশা মেৰী কমে PM মোদীৰ পৰা বিচাৰিলে সহায়; মণিপুৰৰ ৮খন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট, জ্বলন্ত মণিপুৰৰ কিছু দৃশ্য…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -