36 C
Guwahati
Friday, May 17, 2024

Jamugurihat Husband Kills Wife: নৃশংসতাৰ সীমা পাৰ! শুই থাকোতে স্বামীয়ে হানি-খুঁচি হত্যা কৰিলে ২৪ বছৰীয়া “গৰ্ভৱতী পত্নী”ক; মহিলাগৰাকীৰ পিতৃগৃহতে জোঁৱায়েকৰ এই জঘন্যতা…

Jamugurihat Husband Kills Wife In Assam: জামুগুৰিহাটৰ (Jamugurihat) মৰিসূতিত (Marisuti) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ

Must Read

Jamugurihat Husband Kills Wife In Assam: জামুগুৰিহাটৰ (Jamugurihat) মৰিসূতিত (Marisuti) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা।

গৰ্ভৱতী পত্নীক হানি-খুঁচি হত্যা কৰিলে স্বামীয়ে (Pregnant Wife Killed By Husband)৷ দেওবাৰে সংঘটিত হয় এই জঘন্য ঘটনা।

Jamugurihat Husband Kills Wife
মৃত পত্নী আৰু হত্যাকাৰী স্বামী

২৪ বছৰীয়া পত্নী মজিদা বেগমক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্য়া কৰিলে স্বামীয়ে। আগৰে এটি ৫ বছৰীয়া পুত্ৰও আছে স্বামী-স্ত্ৰীৰ। মজিদা বেগম মৰিসূতিৰ পিতৃগৃহত আছিল (Jamugurihat Husband Kills Wife)

দেওবাৰে বিয়লি তেওঁৰ স্বামী ইটাখোলা ন’ নম্বৰৰ দিলোৱাৰ হুছেইন শহুৰেকৰ ঘৰত উপস্থিত হৈ চোকা অস্ত্ৰৰে হানি-খুচি পত্নীক হত্যা কৰি বাইক লৈ পলায়ন কৰে ৷

মাতৃৰ অসুস্থতাৰ বাবেই মজিদা পিতৃগৃহত আছিল। বাৰে বাৰে স্বামীয়ে ঘৰলৈ মাতি থকাৰ পিছতো নাহিল পত্নী। তাৰ পিছত শুই থকা অৱস্থাতে স্বামী দিলোৱাৰ হুছেইনে নৃশংসভাৱে হত্যা কৰে গৰ্ভৱতী পত্নী মজিদা বেগমক (Jamugurihat Husband Kills Wife)

স্থানীয় ৰাইজে ততাতয়াকৈ সংকটজনক অৱস্থাত মহিলাগৰাকীক উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়লৈ লৈ যায় যদিও অৱস্থা অতি গুৰুতৰ দেখি চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ তেজপুৰৰ চিকৎসকে পৰীক্ষা কৰি মজিদা বেগমক মৃত বুলি ঘোষণা কৰে ৷

ইফালে জামুগুৰি আৰক্ষীয়ে (Jamuguri Police) স্থানীয় ৰাইজৰ সহযোগত পলাতক হত্যাকাৰী স্বামী দিলোৱাৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয় (Husband Detained)

আনহাতে সন্ধিয়া মৰিসূতি অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই জামুগুৰি আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত পৰিবেশ সৃষ্টি কৰে ৷ হত্যাকাৰীক ফাঁচিৰ দাবীত জামুগুৰি আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে স্থানীয় ৰাইজে (Jamugurihat Husband Kills Wife)

Photo: Batori24

লগতে পঢ়কঃ Bajali Father Killed Child: ইয়াতকৈ নৃশংস আৰু একো নাই! ১১ দিনীয়া “কন্যা” সন্তানক ৪ লাখত বিক্ৰীৰ চেষ্টা পাষাণ পিতৃৰ; তাৰ পিছত বিক্ৰী কৰিব নোৱাৰাত কৰিলে হত্যা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -