30 C
Guwahati
Tuesday, April 30, 2024

Sri Raghupati Banned: অসমীয়া ছবিপ্ৰেমীৰ বাবে দুঃখবৰ! কাইলৈ মুক্তি নাপাব ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’; অনিৰ্দিষ্টকালৰ কালৰ বাবে মুক্তিত ন্যায়ালয়ৰ বাধা…

Sri Raghupati Banned: কাইলৈ অৰ্থাৎ ২ জুনত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিত স্থগিতাদেশ আদালতৰ

Must Read

Sri Raghupati Banned In Assam: কাইলৈ অৰ্থাৎ ২ জুনত অসমৰ ছবিগৃহত মুক্তিলাভ কৰিবলগীয়া ৰবি শৰ্মা অভিনীত ‘শ্ৰী ৰঘুপতি’ৰ মুক্তিত স্থগিতাদেশ আদালতৰ (Court Stays Release Of Ravi Sarma’s Movie Sri Raghupati)।

কাইলৈ মুক্তিলাভ কৰিবলগীয়া ৰঘুপতি ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা ন্যায়ালয়ৰ। বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা আৰু অধিৱেশন ন্যায়াধীশৰ আদালতে (The Kamrup (M) District & Sessions Judge Court) এক গোচৰৰ শুনানি গ্ৰহণ কৰি ছবিখনৰ মুক্তিত স্থগিতাদেশ জাৰি কৰে।

Sri Raghupati

ছবিখনৰ পৰিচালৰ বিৰুদ্ধে প্ৰাক্তন প্ৰযোজক শৈলেন মকুমাৰ শৰ্মাৰ সৈতে চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই এই সন্দৰ্ভত গোচৰ তলিছিল নিম্ন আদালতত। আজি শুনানিৰ অন্তত ছবিখনি মুক্তিত বাধা প্ৰদান কৰে ন্যায়াধীশে।

আদালতে আজি এই গোচৰৰ শুনানি গ্ৰহণ কৰি ছবিখনৰ মুক্তিত স্থগিতাদেশ জাৰি কৰে।

উল্লেখ্য যে, বিগ বাজেটৰ অসমীয়া ছবি শ্ৰী ৰঘুপতিত ৰবি শৰ্মাৰ উপৰিও অভিনয় কৰিছে প্ৰীতি কংগনা, প্ৰিময় পল্লৱী, সিদ্ধাৰ্থ শৰ্মা, অৰুণ নাথ আদিৰ দৰে নবীন-প্ৰবীণ অভিনেতাই (Movie ‘Sri Raghupati’ Starring Ravi Sarma Was All Set To Be Released On June 2)

Photo: Google

লগতে পঢ়কঃ Kuber Favorite Zodiac: কুবেৰ দেৱৰ এই ৪টা ৰাশিৰ লোকৰ ওপৰত আছে আৰ্শীবাদ; লাভ কৰে অপৰিসীম ধন-সম্পদ, পিছে আপোনাৰ ৰাশি কোনটো?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -