29 C
Guwahati
Friday, April 19, 2024

Kuber Favorite Zodiac: কুবেৰ দেৱৰ এই ৪টা ৰাশিৰ লোকৰ ওপৰত আছে আৰ্শীবাদ; লাভ কৰে অপৰিসীম ধন-সম্পদ, পিছে আপোনাৰ ৰাশি কোনটো?

Kuber Favorite Zodiac Sign: জ্যোতিষ শাস্ত্ৰ অনুসৰি ১২টা ৰাশিৰ ভিতৰত কেইটামান বিশেষ ৰাশি আছে যাৰ ওপৰত ধনৰ দেৱতা কুবেৰ সদায়ে সন্তুষ্ট হৈ থাকে

Must Read

Kuber Favorite Zodiac Sign: জ্যোতিষ শাস্ত্ৰ (Astrology) অনুসৰি ১২টা ৰাশিৰ ভিতৰত কেইটামান বিশেষ ৰাশি আছে যাৰ ওপৰত ধনৰ দেৱতা কুবেৰ সদায়ে সন্তুষ্ট হৈ থাকে (Kuber Favorite Zodiac)।

এওঁলোকৰ কেতিয়াও ধনৰ সমস্যা নহয়। এইসকলে অপৰিসীম ধন উপাৰ্জন কৰে।

বৃষ ৰাশি (Taurus)

Kuber Favorite Zodiac

বৃষ ৰাশি লোকসকল কুবেৰ দেৱৰ কৃপাৰ দ্বাৰা সকলো ভৌতিক সুখ প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। পৰিয়ালৰ সৈতে নিজৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰে। বৃষ ৰাশিৰ প্ৰভু হৈছে শুক্ৰ, যি ভৌতিক সুখ-সুবিধা, গৌৰৱ, খ্যাতি, সন্মান, সমৃদ্ধি আদিৰ কাৰক গ্ৰহ হয় (Kuber Favorite Zodiac)

তুলা ৰাশি (Libra)

জ্যোতিষত কোৱা হৈছে যে তুলা ৰাশিৰ লোকসকলে যিটো কাম কৰিম বুলি ভাবে সেইটো কামে কৰে। এই ৰাশিৰ প্ৰভু গ্ৰহ হৈছে শুক্ৰ। এওঁলোকৰ কুণ্ডলীত শুক্ৰ যদি শুভ স্থানত থাকে তেন্তে এই ৰাশিৰ লোকসকল সোনকালে ধনী হৈ যায়। কুবেৰ দেব তুলা ৰাশিৰ ওপৰত সদায় সন্তুষ্ট হৈ থাকে।

লগতে পঢ়কঃ Astro For Money: “লক্ষ্মী মা”ৰ কৃপা পাবলৈ কৰক এইকেইটা কাম…টকা-পইচাৰে ভৰি পৰিব আপোনাৰ ঘৰ, পিছে জানি লওক কি কি কাম?

কৰ্কট ৰাশি (Cancer)

Kuber Favorite Zodiac

দেৱতাৰ কোষাধ্যক্ষ বুলি জনা কুবেৰ দেৱতাৰ আৰ্শীবাদ সদায় কৰ্কট ৰাশিৰ ওপৰত থাকে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাশিৰ লোকসকলে নিজৰ জ্ঞানেৰে, কষ্টৰে ধন উপাৰ্জনত সফল হয়। আৰ্থিকভাবে আৰু কেৰিয়াৰত ভাল স্থান লাভ কৰে।

বৃশ্চিক ৰাশি (Scorpio)

Kuber Favorite Zodiac

বৃশ্চিক ৰাশিৰ লোকসকল কামক লৈ যথেষ্ট ছিৰিয়াছ হয়। এওঁলোকে নিজৰ কৰ্মৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সফল হয়। কুবেৰ দেৱতাৰ অনুগ্ৰহত এই ৰাশিৰ লোকসকল কেতিয়াও ধনৰ সমস্যা নহয়।

কুবেৰ দেৱতাক (Kuber Dev) সন্তুষ্ট কৰিবলৈ সোণ, ৰূপ বা পঞ্চলোহাৰ ভিতৰত যিকোনো এটা ধাতুত কুবেৰ যন্ত্ৰক অংকিত কৰাওক বা বজাৰৰ পৰা কুবেৰ যন্ত্ৰ আনি নিতী-নিয়মেৰে স্থাপন কৰক আৰু সদায়ে পূজা কৰক (Kuber Favorite Zodiac)। লোকবিশ্বাস যে ইয়াৰ দ্বাৰা ঘৰখনত ধন-সম্পদ বৃদ্ধি হয়।

Photo: Google

লগতে পঢ়কঃ FlyBig Flight Service: আৰম্ভ হ’ল দ্বিতীয়খন ফ্লাইবিগ বিমান সেৱা; শিলচৰ-গুৱাহাটীৰ মাজত আৰম্ভ এই বিমান পৰিসেৱা, এতিয়াৰে পৰা কম ভাড়াৰে যাত্ৰীসকলে যাতায়ত কৰিব পাৰিব

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -