28 C
Guwahati
Wednesday, May 15, 2024

Delhi Metro Kiss: আকৌ বিতৰ্কত দিল্লী মেট্ৰ’! মেট্ৰ’ৰ ভিতৰত “ৰোমাঞ্চ” কৰা Video Viral…সকলোৰে সন্মুখত “Kiss” কৰা দেখা গ’ল প্ৰেমিক-প্ৰেমিকাক

Delhi Metro Kiss Viral Video: ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ'টো হালধীয়া মেট্ৰ' লাইনৰ বুলি কোৱা হৈছে। মেট্ৰ' চিটত বহি থকা প্ৰেমিক-প্ৰেমিকাহালক মানুহৰ সন্মুখত নিৰ্ভয়ে ইজনে সিজনক চুম্বন কৰা দেখা গৈছে।

Must Read

Delhi Metro Kiss Viral Video: দিল্লী মেট্ৰ’ত আকৌ এবাৰ এহাল প্ৰেমিক-প্ৰেমিকাই চুম্বন কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ইয়াক লৈ দিল্লী মেট্ৰ’ই সঁহাৰিও জনাইছে (Delhi Metro Kiss Couple In Front Of People Video Viral)

যোৱা কেইদিনমানত দিল্লী মেট্ৰ’ৰ পৰা এনে বহুতো ভিডিঅ’ ভাইৰেল হৈ পৰিছে, যিবোৰৰ ওপৰত যথেষ্ট হুলস্থুলৰো সৃষ্টি হৈছিল। এনে পৰিস্থিতিত এহাল প্ৰেমিক-প্ৰেমিকাৰ এই ভাইৰেল ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত পুনৰ এক আলোড়নৰ সৃষ্টি কৰিছে (Delhi Metro Kiss Viral Video)

এই ভিডিঅ’টোক লৈ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে নিৰন্তৰভাবে মন্তব্য কৰি আছে। এই ভিডিঅ’টোক লৈ দিল্লী মেট্ৰ’ৰো ৰিপ্লাই ভাইৰেল হৈ আছে (Delhi Metro Reply Viral)

প্ৰেমিক-প্ৰেমিকাৰ ভাইৰেল ভিডিঅ’ (Delhi Metro Kiss Couple)

ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ থকা এই ভিডিঅ’টো হালধীয়া মেট্ৰ’ লাইনৰ বুলি কোৱা হৈছে। এই ভিডিঅ’টোত দেখা গৈছে যে এহাল প্ৰেমিক-প্ৰেমিকাই চিটত বহি ইজনে সিজনক চুমা খাই আছে।

ভিডিঅ’টোত দেখা গৈছে যে যিটো ডবাত এই যুটীয়ে Kiss কৰি আছে তাত আৰু অন্য মহিলাও বহি আছে।
এই ভিডিঅ’টো সেই মেট্ৰ’ত বহি থকা কোনোবা এজন লোকে বনাই ছচিয়েল মিডিয়াত পোষ্ট কৰে।

ইয়াৰ পিছতে এই ঘটনাক লৈ দিল্লী মেট্ৰ’ প্ৰশাসনক (DMRC) ট্ৰ’ল কৰা হৈছে। এই ভিডিঅ’টোক লৈ দিল্লী মেট্ৰ’ই ক’লে নমস্কাৰ। যিকোনো অসুবিধাৰ বাবে দুঃখিত। হুডা চিটি চেণ্টাৰত পৰীক্ষা কৰাত তেনে কোনো যাত্ৰী পোৱা নগ’ল। ইয়াৰ পূৰ্বেও দিল্লী মেট্ৰ’ত অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।

প্ৰায়ে ভাইৰেল হৈ পৰে দিল্লী মেট্ৰ’ৰ ভিডিঅ’ (Delhi Metro Kiss Couple)

উল্লেখ্য ৩ দিন পূৰ্বে দিল্লী মেট্ৰ’ত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত এগৰাকী যুৱতীক নিজৰ চুলি ষ্ট্ৰেটনাৰেৰে ষ্ট্ৰেট কৰি আছিল।

ইয়াৰ পূৰ্বেও মেট্ৰ’ৰ ভিতৰত ৰীল বনোৱাৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। যাৰ ফল ত যাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। যাৰ বাবে দিল্লী মেট্ৰ’ত (DMRC) গাইডলাইনো জাৰি কৰা হৈছিল।

Photo: Google

লগতে পঢ়কঃ Guwahati Woman jumps: আত্মহত্যা নে অইন কিবা! বিল্ডিঙৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী মহিলাৰ; এতিয়ালৈ উদ্ধাৰ হোৱা নাই “ছুইচাইড নোট”…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -