38.4 C
Guwahati
Wednesday, May 15, 2024

Himanta Biswa On Polygamy: বন্ধ হ’ব বহুবিবাহ! ”বহু বিবাহ ইছলামত বাধ্যতামূলক নহয়”-অসমত বহুবিবাহ বন্ধৰ বাবে আনিব আইন; এই ঘোষণা মুখ্যমন্ত্ৰীৰ

Himanta Biswa On Polygamy: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) অসমত বহুবিবাহ বন্ধৰ বাবে আইন অনাৰ কথা ঘোষণা কৰে

Must Read

Himanta Biswa On Polygamy: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) অসমত বহুবিবাহ (Polygamy) বন্ধৰ বাবে আইন অনাৰ কথা ঘোষণা কৰে।

লগতে এই সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞ কমিটী গঠনৰ পোষকতা কৰে (State Legislature Is Empowered To Prohibit Polygamy In The State)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত (Himanta Biswa Pressmeet) কয় যে- বাল্য বিবাহৰ ঘটনাবোৰ পোহৰলৈ অহাৰ সময়ত বহু বিবাহৰ ঘটনাও পোহৰলৈ আহিছে। হোজাই, যমুনামুখ, বৰাকত বহু বিবাহৰ ঘটনা অধিক হৈছে (Himanta Biswa On Polygamy)। বহু বিবাহ ইছলাম ধৰ্মত বাধ্যতামূলক নহয়। জনজাতীয় সমাজতো কিছু পৰিমাণে অনানুষ্ঠানিক বহু বিবাহৰ প্ৰচলন হৈ আছে (Himanta Biswa On Polygamy)

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কইনাধৰাত (Koinadhora) সাংবাদিকসকলৰ সৈতে মত বিনিময়ৰ সময়ত এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নৰ দিশত চৰকাৰখনে বিগত দিনত কৰি অহা কামৰ থূলমূল আভাস দাঙি ধৰাৰ লগতে বহু বিবাহক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

উল্লেখ্য, অসমত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ মতে বহু বিবাহ (CM Himanta Biswa Sarma) নিষিদ্ধ কৰাৰ বাবে আইন আনিব চৰকাৰে।

Photo: Google

লগতে পঢ়কঃ Chanakya Niti For Wife: পত্নীক কেতিয়াও ভুলতেও নক’ব আপোনাৰ এই ৪টা কথা; নহ’লে পিছলৈ পস্তাব আপুনিয়ে, পিছে জানি লওক কি কি কথা?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -