22 C
Guwahati
Monday, May 6, 2024

ইণ্টাৰনেটত ভাইৰেল উদ্যোগপতি ৰতন টাটাৰ এটা বিশেষ ভিডিঅ’

Must Read

ভাৰতৰ অন্যতম প্ৰসিদ্ধ উদ্যোগপতি হৈছে ৰতন টাটা।উদ্যোগপতি ৰতন টাটায়ে নিৰাপত্তাৰক্ষী অবিহনে উপস্থিত হোৱা দেখা গৈছে মুম্বাইৰ তাজ হোটেলত।

এখন নেনো গাড়ীত নিৰাপত্তাৰক্ষী অবিহনে উপস্থিত হৈছে গৈ মুম্বাইৰ তাজ হোটেলত। হোটেলৰ কৰ্মচাৰীসকলে তেওঁক সুৰক্ষিতভাৱে ভিতৰলৈ লৈ গৈছিল। ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৰতন টাটাৰ এই ভিডিঅ’।

সাধাৰণ ভাৱে জীৱন যাপন কৰা উদ্যোগপতিজনৰ নম্ৰতাৰ সৰল কাৰ্যই সকলোৰে হৃদয় জয় কৰিছে আৰু মানুহে তেওঁক ‘লেজেণ্ড’ বুলি অভিহিত কৰিছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -