32 C
Guwahati
Sunday, May 19, 2024

Odisha Wife Kills Husband: ভুল নে ভাল! স্বামীক দুটুকুৰাকৈ কাটি বস্তাত ভৰাই পেলাই দিলে পত্নীয়ে; দীৰ্ঘদিনে পত্নীৰ ওপৰত চলাই আছিল অত্যাচাৰ, অৱশেষত…

Odisha Wife Kills Husband: এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ওড়িশাৰ বালাছৰত (Odisha Balasore)

Must Read

Odisha Wife Kills Husband Over Domestic Feud: এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা সংঘটিত হৈছে ওড়িশাৰ বালাছৰত (Odisha Balasore)।

ঘটনা অনুসৰি পত্নীয়ে স্বামীক চোকা অস্ত্ৰৰে (Wife Sulochana Allegedly killed Ramesh With The Help Of A Sharp Weapon) হত্যা কৰি মৃতদেহটো দুই টুকুৰা কৰি নিজৰ স্বামীৰ ভাতৃৰ সৈতে দুটা বস্তাত ভৰাই আঁতৰত পেলাই দিয়ে। বালাছৰ আৰক্ষী অধীক্ষক সাগৰিকা নাথে সংবাদ মাধ্যমৰ আগত কয় যে মৃত লোকজন বলৰামপুৰ গাঁৱৰ নিবাসী ৰমেশ। আৰু হত্যাকাৰী পত্নীৰ নাম সুলোচনা (Odisha Wife Kills Husband)

Odisha Wife Kills Husband

১০ মে’ত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা (Odisha Wife Kills Husband)। অভিযোগ অনুসৰি পত্নীৰ হাতত নিহত স্বামীগৰাকীয়ে সামান্য কাৰণতে দীৰ্ঘদিনে পত্নীৰ ওপৰত শাৰীৰিক আৰু অমানৱিক অত্যাচাৰ চলাই আহিছিল (Woman kills Husband Over Domestic Feud)। যাৰ বাবে অতিষ্ঠ হৈ পত্নীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃত লোকজনৰ পত্নী আৰু ভাতৃক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে জেৰাৰ সময়ত সকলো অপৰাধ স্বীকাৰ কৰিছে হত্যাকাৰী পত্নী সুলোচনাই (Odisha Wife Kills Husband)

Photo: Google

লগতে পঢ়কঃ ISC And ICSE Exam Results: ISC পৰীক্ষাত শীৰ্ষ স্থানত গুৱাহাটীৰ ‘ৰিয়া আগৰৱাল’; ৪০০ৰ ভিতৰত ৩৯৯নম্বৰেই পালে ৰিয়াই…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -