30 C
Guwahati
Thursday, May 16, 2024

Odisha Triple Train Accident: ওড়িশাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা ১০১জন লোকৰ মৃতদেহৰ “পৰিচয়” এতিয়াও ওলোৱা নাই; মৰ্গত পৰি ৰৈছে ক্ষত-বিক্ষত মৃতদেহবোৰ…চাই চিনিব নোৱাৰি!

Odisha Triple Train Accident: ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাই সকলোকে কঁপাই তুলিছিল। এই দুৰ্ঘটনাত ২৭৫ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লৈছে আৰু ১০০০ লোক আহত হৈছে। সোমবাৰে বিষয়াসকলে জানিবলৈ দিয়ে যে বৰ্তমানলৈ ১০১ গৰাকী লোকৰ মৃতদেহ পৰিচয় ওলোৱা নাই।

Must Read

Odisha Triple Train Accident: নিউজ এজেঞ্চী ANIৰ সৈতে কথা পাতি পূৰ্বোত্তৰ মধ্য ৰে’লৱেৰ ডিআৰএম ৰিংকেশ ৰয়ে ক’লে যে ওড়িশাৰ (Odisha) পৃথক-পৃথক হাস্পতালত ২০০ গৰাকী লোকৰ চিকিৎসা অব্যাহত।

Odisha Triple Train Accident

তেওঁ কয় যে, ‘ৰে’ল দুৰ্ঘটনাত প্ৰায় ১১০০ গৰাকী লোক আহত হৈছিল, ইয়াৰে ৯০০ গৰাকী লোকক চিকিৎসা পিছত ৰিলিজ কৰি দিয়া হয় (Odisha Triple Train Accident)

Odisha Triple Train Accident

ইফালে ৰাজ্যখনৰ পৃথক-পৃথক হাস্পতালত ২০০ গৰাকী লোকৰ চিকিৎসা অব্যাহত। ২৭৮ গৰাকী মৃত লোকৰ ভিতৰত ১০১ গৰাকী লোকৰ পৰিচয় এতিয়াও উলোৱা নাই (101 Dead Bbodies Still Unidentified)। ভূৱনেশ্বৰ পৌৰ নিগমৰ (Bhubaneswar Municipal Corporation) আয়ুক্ত বিজয় অমৃতে ক’লে যে ১৯৩টা মৃতদেহ ভূৱনেশ্বৰ ৰখা হৈছে।

লগতে পঢ়কঃ Odisha Triple Train Crash: “ছিগনেল দি আকৌ ঘূৰাই লৈছিল; তেতিয়ালৈ লুপ লাইনত ওলাই গৈছিল কৰ’মণ্ডল এক্সপ্ৰেছ”- ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ আটাইতকৈ ডাঙৰ কাৰণ আহিল পোহৰলৈ, প্ৰত্যক্ষদৰ্শীয়ে কৰে ভয়ংকৰ ঘটনাটোৰ বৰ্ণনা…

Odisha Triple Train Accident

লগতে তেওঁ ক’লে যে ৮০টা মৃতদেহৰ পৰিচয় পোৱাগৈছে (Odisha Triple Train Accident)। ৫৫টা মৃতদেহ ভুক্তিভোগী পৰিয়ালক গতাই দিয়া হৈছে (55 Handed Over To Relatives)। মৃতদেহৰ পৰিচয় ওলোৱাৰ অভিযান এতিয়াও অব্য়াহত আৰু পৰিচয় ওলোৱাসকলক মৃতদেহ গতাই দিয়া হৈছে। ২০০তকৈ অধিক ফোন বিএমচি হেল্পলাইন নম্বৰ 1929ত আহিছিল।

Odisha Triple Train Accident

ৰে’লৱেই সোমবাৰে কৈছিল যে ওড়িশা দুৰ্ঘটনাত (Odisha Triple Train Accident) মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৭৮ গৰাকী কাৰণ গুৰুতৰভাবে আহত হোৱা আৰু ৩ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে।

Odisha Triple Train Accident

ৰে’লৰ ফালৰ পৰা জনোৱা হৈছে, কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত– মৃতকৰ সংখ্যা ২৭৮জন। কিন্তু ওড়িশা চৰকাৰে জনাইছে, মৃতকৰ সংখ্যা ৭৫জন।

Odisha Triple Train Accident

ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন ৰে’ল মন্ত্ৰী মমতা বেনাৰ্জীয়ে (West Bengal CM Mamta Benarjee) সংখ্যাৰ ওপৰত প্ৰশ্ন উত্থাপ কৰি কৈছিল যে তেওঁৰ ৰাজ্যৰে ৬১ গৰাকী লোকৰ মৃত্য়ু হৈছে আৰু ১৮২ গৰাকী লোক বৰ্তমানো সন্ধানহীন।

Odisha Triple Train Accident

ইতিমধ্যে আহতসকলে ক্ষতিপূৰণৰ ধন পাইছে বুলি দাবী কৰিছিল ৰে’লমন্ত্ৰীয়ে। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ট্ৰেক মেৰামতিৰ পিছত পুনৰ ৰে’লৰ চলাচল আৰম্ভ হৈছে।

Odisha Triple Train Accident

Photo: Google

লগতে পঢ়কঃ Biswanath Murder: ভুল কাৰোবাৰ, ভুগিলে কোনোবাই! শুই থাকোতে ভতিজাকক কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা খুৰাকৰ; হত্যা কৰি হাতত কুঠাৰ লৈ আত্মসমৰ্পণ থানাত, পিছে হত্যাৰ কাৰণ?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -