35 C
Guwahati
Thursday, May 16, 2024

Himachal Pradesh Accident: ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে গাড়ী; স্বামী-স্ত্ৰীসহ ৪জনৰ কৰুণ মৃত্যু, সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ বাহনখন

Himachal Pradesh Accident 4 Died: হিমাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)

Must Read

Himachal Pradesh Accident 4 Died: হিমাচল প্ৰদেশত (Himachal Pradesh) সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)।

ছিৰমৌৰত (Sirmaur) এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে, য’ত স্বামী-স্ত্ৰীসহ ৪ গৰাকী লোকৰ কৰুণ মৃত্যু ঘটে (4 Killed As Car Falls Into Gorge)। মৃত লোককেইগৰাকীৰ ভিতৰত ২জন পুৰুষ আৰু ২ গৰাকী মহিলা।

আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু মৃতকৰ পৰিয়ালক খবৰ দিয়ে (Himachal Pradesh Accident)

Himachal Pradesh Accident

মঙলবাৰে পুৱা ছিৰমৌৰ জিলাৰ (Sirmaur) শংগড়াহ মহকুমাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত দম্পতীহালকে ধৰি ৪ জন লোকৰ মৃত্যু হৈছে (Himachal Pradesh Accident)

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ছিৰমৌৰৰ শংগড়াহৰ লানাচেটা-ৰাজগড় পথৰ পাবৌৰ সমীপত সংঘটিত হৈছে এই ঘটনা ()। ইয়াতে এখন মাৰুতি গাড়ী ৰাজগড় অভিমুখে গৈ থাকোতে এটা দ খাৱৈত পৰি যায়।

দুৰ্ঘটনাটোত গাড়ীখনে পথৰ পৰা ৰোলিং হৈ যোৱাৰ লগে লগে চাৰিওজন যাত্ৰীৰ মৃত্যু হয়। মৃত লোক কেইজন হৈছে থানোগা ৰাজগড় গাঁৱৰ ফাগু দহান (ৰাজগড়) গাঁৱৰ কমল ৰাজ (৪০), জীৱন সিং (৬৩) আৰু তেওঁৰ পত্নী সুমা দেৱী (৫৪) আৰু ৰেখা (২৫)। ৩ জন নিহত একেখন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে প্ৰায় আধা ঘণ্টাৰ পিছত শংগড়াহ আৰক্ষীক দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে (Himachal Pradesh Accident)। ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ কাম আৰম্ভ কৰে (Himachal Pradesh Road Accident)

ঘটনাটো নিশ্চিত কৰি সংঘৰ ডিএছপি মুকেশ কুমাৰে কয় যে পুৱা প্ৰায় ৫:৩০ বজাত এই ঘটনাৰ খবৰ পোৱা গৈছে। ইয়াৰ পিছতে নৌৰাধৰ আউটপোষ্ট আৰু শংগড়াহ থানাৰ আৰক্ষী সেই স্থানলৈ ৰাওনা হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত আত্মীয়ক গতাই দিয়া হ’ব। এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি DSP গৰাকীয়ে জানিবলৈ দিয়ে।

Photo: Google

লগতে পঢ়কঃ Whatsapp Chat Lock: হোৱাটছ্এপত আহিব নতুন ফিচাৰ ‘Chatlock’! ব্যক্তিগত কথা-বতৰা আৰু হ’ব সুৰক্ষিত; কোনেও গম নাপাব গোপন বাৰ্তালাপ, পিছে কেনেকৈ কৰিব ‘Enable’?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -