29 C
Guwahati
Sunday, May 19, 2024

উইম্বলডনৰ খিতাপ দখল ন’ভাক জক’ভিচৰ

Must Read

সপ্তমবাৰলৈ উইম্বলডনৰ খিতাপ জিনিলে ন’ভাক জ’ক’ভিছে। উইম্বলডনৰ চূড়ান্ত খেলত অষ্ট্ৰেলিয়াৰ নিক কিৰ্গিয়ছক হৰুৱাই জ’ক’ভিছে।

৪-৬,৬-৩,৬-৪,৭-৬ ছেটত জয়লাভ কৰে ছাৰ্বিয়াৰ এইজন তাৰকাই। উইম্বলডনৰ খিতাপ জয়েৰে ২১ টা গ্ৰেণ্ড শ্লেমৰ অধিকাৰী হ’ল ন’ভাক জক’ভিচ। গ্ৰেণ্ডশ্লাম জয়ৰ ক্ষেত্ৰত নাডালতকৈ পিছ পৰি আছে জ’ক’ভিছ। নাডালৰ নামত আছে ২২ টাকৈ গ্ৰেণ্ডশ্লামৰ খিতাপ।

গ্ৰেণ্ডশ্লামৰ সৰ্বাধিক ফাইনেল খেলা খেলুৱৈ হিচাপে পৰিগণিত হয় জ’ক’ভিছ।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -