28 C
Guwahati
Monday, May 20, 2024

Assam Weather Forecast: উস! বৰ গৰম! কেতিয়া হ’ব বৰষুণ? কেতিয়া ৰাজ্যবাসীয়ে উৎকট গৰমৰ পৰা পাব সকাহ? আহক জানি লওক…

Assam Weather Forecast: কাইলৈ বৰাক উপত্যকা, মধ্য অসম, উজনি আৰু নামনি অসমৰ দুই এঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে

Must Read

Assam Weather Forecast: উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীৰ লগতে মহানগৰবাসীকো। এতিয়া সকলোৱে এজাক বৰষুণৰ অপেক্ষাতে ৰয় আছে যে কেতিয়া বৰষুণ আহিব, কেতিয়া এই গৰমৰ পৰা সকাহ পাব (Assam Weather Forecast)।

আজিৰ দিনটোৰ তাপমাত্ৰাই অভিলেখে গঢ়িলে অন্য জিলাসমূহৰ তুলনাত। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা হ’ল ৩৮.৬ ডিগ্ৰী চেলচিয়াছ। গুৱাহাটীত স্বাভাৱিক তাপমাত্ৰা পূৰ্বতকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ জিলাসমূহৰ দুই-এখন এঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Assam Weather Forecast)। লগতে বিজুলী–ঢেৰেকনিৰ লগতে দুই এঠাইত বজ্ৰ পৰাৰো সম্ভাৱনা আছে।

কাইলৈ বৰাক উপত্যকা, মধ্য অসম, উজনি আৰু নামনি অসমৰ দুই এঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Assam Weather Forecast)

৮ আৰু ৯ জুনত অসমৰ প্ৰায়সমূহ জিলাৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ উপৰি ১০ জুনত ৰাজ্যৰ জিলাসমূহৰ কিছু ঠাইত মধ্যমীয়া বৰষুণ হ’ব বুলি আগজাননী সদৰী কৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ (Department Of Legal Metrology) জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে (Assam Weather Forecast)

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহা ২৪ ঘণ্টাৰ ভিতৰত বৰাক উপত্যকাৰ দুই এঠাইত বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে (Department Of Legal Metrology)

আজিৰ দিনটোত গুৱাহাটী (Guwahati) সৰ্বোচ্চ তাপমান ৩৮.৬ ডিগ্ৰী, ডিব্ৰুগড় (Dibrugarh) ৩৭.২ ডিগ্ৰী, তেজপুৰ (Tezpur) ৩৭.৬ ডিগ্ৰী , শিলচৰ (Silchar) ৩৫.০ ডিগ্ৰী , ধুবুৰী (Dhubri) ৩৬.১ ডিগ্ৰী, যোৰহাট (Jorhat) ৩৫.৯ আৰু উত্তৰ লক্ষীমপুৰত (West Lakhimpur) ৩৭.২ ডিগ্ৰী চেলছিয়াছ।

Photo: Google

লগতে পঢ়কঃ Sonapur Gas Tanker Accident: সোণাপুৰৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণ; বৰ্তমান ৰাস্তাৰ এটা ফাল খুলি দিয়া হৈছে, কিন্তু বন্ধ ৰখা হৈছে কেইবাখনো ধাবা, ৰান্ধনীগৃহত চৌকা জ্বলোৱাত নিষেধাজ্ঞা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -