31 C
Guwahati
Saturday, May 18, 2024

Jagiroad Tragic Accident: কৰুণ ক’ব নে ভয়ংকৰ! গৈ থাকোতে ৰাস্তাতে খুলিল ইন’ভা গাড়ীৰ চকা; এজন অভিযন্তাই অকালতে হেৰুৱালে প্ৰাণ

Jagiroad Tragic Accident One Died: জাগীৰোডৰ নেলীত (Jagiroad Neli) সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা

Must Read

Jagiroad Tragic Accident One Died: জাগীৰোডৰ নেলীত (Jagiroad Neli) সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা (Jagiroad Tragic Accident)।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱালে আনন্দ স্বৰূপ (৫৫) নামৰ এজন লোকে (One Person Tragic Died)

Jagiroad Tragic Accident

মালিগাঁও ৰে’ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল লোকজন। নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত। AS 01KC 9253 নম্বৰৰ ইন’ভা গাড়ীখনেৰে ডিমাপুৰলৈ যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো (Jagiroad Tragic Accident)

চলন্ত ইন’ভা গাড়ীখনৰ চকা খুলি যোৱাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুওৱা ইন’ভাখনে খুন্দা মাৰে ৰৈ থকা ট্ৰাকত (Inova Car Colided With Truck)

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় লোকজন।

Photo: Batori24

লগতে পঢ়কঃ Mango Leaves Vastu: কৰিলে ভাল, নকৰিলে কাল! “আমৰ পাতে” দূৰ কৰে টকা-পইচাৰ অভাৱ; কেৰিয়াৰত হয় উন্নতি, কিন্তু কেনেকৈ? আহক জানি লওক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -