29 C
Guwahati
Sunday, May 19, 2024

Dr Sarita Toshniwal Murder Case: ৮ বছৰৰ মূৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়; ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত, ডাঃ দীপমণি শইকীয়াক দোষমুক্ত…হত্যাকাণ্ডটো হৈছিল ২০১৪তে

Dr Sarita Toshniwal Murder Case: ৮ বছৰৰ মূৰত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতৰ

Must Read

Dr Sarita Toshniwal Murder Case: ৮ বছৰৰ মূৰত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতৰ (Dr Sarita Toshniwal Murder Case)।

ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰে আদালতে (Dr Sarita Toshniwal Murder Case Verdict)। আনহাতে, অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে (Dibrugarh Sessions Judge Court)

২০১৪ৰ ৯ মে’ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Dr Sarita Toshniwal murder case)AMCHৰ ICU কক্ষত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক।

Dr Sarita Toshniwal Murder

হত্যাৰ পূৰ্বে সৰিতাক ডাঃ দীপমণি শইকীয়াা আৰু ৱাৰ্ড বয় কিৰো মেচে ধৰ্ষণ (Rape) কৰাৰো অভিযোগ উত্থাপন হৈছিল (Dr Sarita Toshniwal Murder Case)

হত্যা কৰি বিচনাত শুৱাই থোৱা হৈছিল ডাঃ সৰিতাক। মৃত্যুৰ সময়ত ডাঃ সৰিতাৰ ডিঙিত সোমাই আছিল অপাৰেচন কৰা ছুৰী। দোষী সাব্যস্ত হোৱা হত্যাকাৰী কিৰো মেছৰ ডিঙিতো আছিল আঘাতৰ চিন।

এই আঘাতৰ চিন দেখিয়েই কিৰো মেছক আটক কৰিছিল আৰক্ষীয়ে। কিৰো মেছক বঙালগাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা জব্দ কৰিছিল সৰিতাৰ মোবাইল ফোন। আনহাতে, AMCHৰ পিছফালৰ এখন চাহ বাগানৰ পৰা জব্দ কৰিছিল মোবাইলৰ ছিম।

দোষী সাব্যস্ত হোৱা কিৰো মেছৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছিল ডাঃ দীপমণি শইকীয়াক। ডাঃ সৰিতাক হত্যা কৰাৰ কথা আদালতত স্বীকাৰ কৰিছিল কিৰো মেছ আৰু ডাঃ দীপমণি শইকীয়াই। সমগ্ৰ ঘটনাৰ সাক্ষ্যদান কৰিছিল ৬৫জন লোকে।

Photo: Google

লগতে পঢ়কঃ Nalbari Murder: লোমহৰ্ষক! বিজেপি নেতাই হত্যা কৰিলে বিজেপি নেত্ৰীক; সম্বন্ধত দুয়ো স্বামী-স্ত্ৰী, ৰাইজৰ অভিযোগ- স্বামীৰ আছিল পৰ স্ত্ৰীৰে আৰু পত্নীৰ আছিল পৰপুৰুষৰে সম্পৰ্ক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -