25 C
Guwahati
Sunday, May 19, 2024

Digboi Tragic Accident: ভয়ংকৰ ক’ব নে, কৰুণ! বিয়া খাই হাঁহিমুখে উভতিছিল ঘৰলৈ; কিন্তু আদবাটতে প্ৰাণ হেৰুৱালে একেখন ঘৰৰে ৪ গৰাকী লোকে, ইয়াৰে ২ গৰাকী মহিলা আৰু ২জন পুৰুষ

Digboi Tragic Accident 4 Died: ডিগবৈৰ গোলাইত (Digboi Golai) মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

Must Read

Digboi Tragic Accident 4 Died: ডিগবৈৰ গোলাইত (Digboi Golai) মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)।

এই দুৰ্ঘটনাত ২ গৰাকী মহিলা আৰু ২জন পুৰুষসহ ৪ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় (2 Women And 2 Man Died In Road Accident)

এটা পৰিয়ালৰ ৫ গৰাকী লোক নিশা প্ৰায় ১ বজাত ডিব্ৰুগড়ৰ পৰা বিয়া খাই লিডু অভিমুখে উভতি আহি আছিল (Digboi Tragic Accident)

সেই সময়তে ডিগবৈ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাইৰ টাৰ্মিনেলৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে এখন টাটা টিয়াগ’ বাহনে (Tata Tiago Car Balanced Lost And Colided With Tree)। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল দুগৰাকী মহিলাসহ তিনিজন পুৰুষ।

এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ লগতে বাহনখনৰ চালক আৰু আন এজন লোকৰ থিতাতে মৃত্যু হয় (4 Person Died)। সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় গুৰুতৰভাৱে আহত দুজনক (Digboi Tragic Accident)

Digboi Tragic Accident

থিতাতে নিহতকেইজন ক্ৰমে জাগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিছা গুপে আৰু সুভাষ গুপে। আনহাতে, ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় সাধনা গুপে নামৰ মহিলাগৰাকীৰ। ৰতন গুপে নামৰ লোকজন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

Digboi Tragic Accident

আহত–নিহত আটাইকেইজন একে ঘৰৰ পৰিয়ালৰ সম্পৰ্কীয় বুলি জানিব পৰা গৈছে (Digboi Tragic Accident)। বিয়া খাই মাজনিশা ঘৰলৈ ঘূৰি আহি থকা অবস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিশা বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Photo & Input: Batori24

লগতে পঢ়কঃ YouTube Subscribers: ভাল খবৰ! এতিয়াৰে পৰা YouTubeত ৫০০ ছাবস্ক্ৰাইবাৰ থকা সকলেও কৰিব পাৰিব উপাৰ্জন; কিন্তু কেনেকৈ? আহক জানি লওক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -