37 C
Guwahati
Thursday, May 16, 2024

Sikha Sarma Arrest: বিতর্কিত লেখিকা শিখা শর্মাক গ্ৰেপ্তাৰ; ফেচবুকত মৃত বিজেপি নেত্ৰী জোনালী নাথৰ “চৰিত্ৰ”ক লৈ কৰিছিল অশালীন মন্তব্য

Sikha Sarma Arrest By Dispur Police: ফেচবুকত মৃত বিজেপি নেত্ৰী জোনালী নাথৰ "চৰিত্ৰ"কলৈ অশালীন মন্তব্য কৰি বিপদত পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা

Must Read

Sikha Sarma Arrest By Dispur Police: ফেচবুকত মৃত বিজেপি নেত্ৰী জোনালী নাথৰ “চৰিত্ৰ”কলৈ অশালীন মন্তব্য কৰি বিপদত পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা (Sikha Sarma Arrest For Indecent Comments Against BJP Leader Jonali Nath)।

Sikha Sarma Arrest
গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথ

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু বিতৰ্কিত লেখিকা শিখা শৰ্মাক (Sikha Sarma Arrest By Dispur Police)। শিখা শৰ্মাই হত্যাৰ বলি হোৱা গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা নাথৰ “চৰিত্ৰ”ক লৈ প্ৰশ্ন কৰিছিল (Sikha Sarma Arrest For Facebook Post)

লগতে পঢ়কঃ Bjp Leader Murder Assam: ভয়ংকৰ ঘটনা! বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা; হত্যা কৰি পেলাই থৈ যায় ৰাস্তাৰ কাষত, ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ একাংশৰ…

এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল (Fir Lodged Against Sikha Sarma)। অৱশেষত দিছপুৰ আৰক্ষীয়ে লেখিকাগৰাকীক আটক কৰিছিল আৰু আজি গ্ৰেপ্তাৰ কৰে।

Sikha Sarma Arrest

মৃত জোনালী নাথৰ বিৰুদ্ধে শিখা শৰ্মাই ফেচবুকত যথেষ্ট অশালীন আৰু অপমানজনক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল একাংশ লোক (Sikha Sarma Arrest)

লগতে পঢ়কঃ Assam BJP leader Died Case: পৰকীয়া প্ৰেম, বিবাহ আৰু হত্যা! “প্ৰথমে মুখত ঘুচিয়াই, তাৰ পিছত ডিঙি চেপি হত্যা”- বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰাৰ কথা স্বীকাৰ প্ৰেমিক হাছানুৰ ইছলামৰ, হাছানুৰৰ বিয়া ঠিক হোৱা বাবে বিবাহিতা জোনালীৰে হৈছিল কাজিয়া, তাৰ পিছত…

শিখা শৰ্মাৰ এই অশালীন মন্তব্যক লৈ ৰাজ্যিক মহিলা আয়োগেও আপত্তি দৰ্শাইছিল (Sikha Sarma Arrest)। ৰাজ্যিক মহিলা আয়োগৰ (Assam State Commission For Women) অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ লিখি কঠোৰ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছিল শিখা শৰ্মাৰ বিৰুদ্ধে (Sikha Sarma Arrest)

পূৰ্বেও শিখা শৰ্মাই বিভিন্ন বিষয়ত বিতৰ্কিত মন্তব্য কৰি চৰ্চা লাভ কৰিছিল। পূৰ্বে এনে বিতৰ্কিত মন্তব্যৰ বাবে কাৰাগাৰলৈও যাব লগা হৈছিল লেখিকাগৰাকী।

শিখা শৰ্মাই প্ৰতিটো বিষয়তে বিতৰ্কিত মন্তব্য কৰি জনপ্ৰিয় হোৱাৰ অপচেষ্টা কৰি আহিছে বুলি মাটিয়াৰ একাংশ মহিলাই মন্তব্য কৰিছে ৷ এগৰাকী নাৰীয়ে নাৰীক সন্মান দিব নজনাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক আখ্যা দিয়ে তেওঁলোকে ৷

Photo: Google

লগতে পঢ়কঃ Digboi Tragic Accident: ভয়ংকৰ ক’ব নে, কৰুণ! বিয়া খাই হাঁহিমুখে উভতিছিল ঘৰলৈ; কিন্তু আদবাটতে প্ৰাণ হেৰুৱালে একেখন ঘৰৰে ৪ গৰাকী লোকে, ইয়াৰে ২ গৰাকী মহিলা আৰু ২জন পুৰুষ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -