25 C
Guwahati
Monday, May 20, 2024

Bjp Leader Murder Assam: ভয়ংকৰ ঘটনা! বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা; হত্যা কৰি পেলাই থৈ যায় ৰাস্তাৰ কাষত, ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ একাংশৰ…

Bjp Leader Murder Assam: গোৱালপাৰাত (Goalpara) সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)

Must Read

Bjp Leader Murder Assam: গোৱালপাৰাত (Goalpara) সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)।

কৃষ্ণাইৰ (Krishnai) শালপাৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী বিজেপি নেত্ৰীক (BJP Leader Killed By Miscreants At Goalpara In Assam)

নিশাৰ ভাগত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ (BJP Leader Deadbody Recover)৷ দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পথৰ কাষত পেলাই থৈ যায় মহিলাগৰাকীক (Bjp Leader Murder)

Bjp Leader Murder

হত্যাৰ বলি হোৱা মহিলাগৰাকী বিজেপিৰ গোৱালপাৰা জিলা সম্পাদিকা জোনালী নাথ (BJP Goalpara District Secretary)৷ গোৱালপাৰাৰ মাটিয়াত ঘৰ মৃত মহিলাগৰাকীৰ।

 

ইফালে ঘটনা সন্দৰ্ভত একাংশৰ সন্দেহ প্ৰকাশ কৰিছে যে মহিলাগৰাকীক ধৰ্ষণ (Rape) কৰাৰ পিছত হত্যা কৰি এনেদৰে পেলাই থৈ যায় ৰাজপথত (Bjp Leader Murder)

Bjp Leader Murder

উল্লেখ্য যে, মাটিয়াৰ নিজ বাসগৃহৰ পৰা দেওবাৰে বিয়লি ওলাই যোৱাৰ পিছত একাংশ লোকে মাটিয়াৰ কাষতে থকা এখন বজাৰত শেষবাৰৰ বাবে দেখা পাইছিল জোনালী নাথক।

আনহাতে, নিশাই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে আৰু আজি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ৷ ইফালে মৃতদেহটোৰ বহু ঠাইত আঘাতৰ চিন থকা বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে (Goalpara Police) তদন্ত অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত গোৱালপাৰাৰ আৰক্ষী অধীক্ষকে কয় যে- শীঘ্ৰে ঘটনাৰ ওৰ পৰিব। দোষীৰ সন্ধান উলিয়াই শাস্তি প্ৰদান কৰা হ’ব। ইতিমধ্যে বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত মাটিয়াৰ পৰা এজনক আটক কৰা হৈছে।

ইফালে জোনালী নাথৰ হত্যাকাণ্ডক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal) উদ্বেগ প্ৰকাশ। গোৱালপাৰাৰ বিজেপি নেত্ৰীগৰাকীৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Photo: Batori24

লগতে পঢ়কঃ Guwahati Double Murder: “সকলো মিছা; মোৰ বিৰুদ্ধে উঠা অভিযোগ মিছা”- স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰা বন্দনাৰ আদালত চৌহদত ক’লে এই কথা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -