28 C
Guwahati
Wednesday, May 22, 2024

Commerce Pipe Burst: Fail হৈছে “জাইকা”, কেনা লাগিছে “জলবোৰ্ড”ত! খাৰঘূলিৰ পিছত এইবাৰ স্থান কৰ্মাচ পইণ্ট-ৰাজগড় লিংক ৰোড; পানীৰ পাইপ ফাটি বানপানী সদৃশ পৰিস্থিতি, Watch Video

Commerce Pipe Burst In Guwahati: গুৱাহাটীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ স্থান কৰ্মাচ পইণ্ট-ৰাজগড় লিংক ৰোড

Must Read

Commerce Pipe Burst In Guwahati: গুৱাহাটীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ স্থান কৰ্মাচ পইণ্ট-ৰাজগড় লিংক ৰোড (Guwahati Commerce Point Rajgarh Link Road)।

পানীৰ পাইপ ফাটি বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পিছতে হাহাকাৰ পৰিৱেশ অঞ্চলটোত (Water Supply Pipe Burst At Commerce In Guwahati)

পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী (Commerce Pipe Burst)। তীব্ৰবেগত পাইপৰ পানী নিৰ্গত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কাষৰ ঘৰসমূহ। ঘটনাত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে (Chandamari Police)

ঘৰৰ লগতে সমীপৰ দোকানসমূহতো পানী সোমাই হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় (Commerce Pipe Burst)

জোৰত অহা পানীৰ গতিৰ ফলত পথৰ কাষত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। পানীৰ পাইপ ফটাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। পানীৰে ভৰি পৰে ৰাজপথ।

লগতে পঢ়কঃ kharghuli Pipe Burst: খাৰঘূলিত ভয়ংকৰ ঘটনা; Gemon Jicaৰ মেইন লাইনৰ পাইপ ফুটি ৰূপ ল’লে প্ৰাণঘাতকৰ, এগৰাকী মহিলাৰ মৃত্যু, ক্ষতিগ্ৰস্ত ৪০টাকৈ ঘৰ, Watch পানীৰ বিস্ফোৰক সদৃশ ৰূপ

ঘটনাটোৰ পিছতে অশোক সিংঘাল (Ashok Singhal) ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতিৰ বুজ লয়। পিছে কিয় বাৰে বাৰে ফাটি আছে জলবোৰ্ডৰ পাইপসমূহ (Gemon Jica)? নিম্নমানৰ কামেৰে কিমান হাৰাশাস্তি কৰিব সাধাৰণ জনতাক?

এমাহো সম্পূৰ্ণ হোৱা নাই খাৰঘূলি জলবিস্ফোৰনৰ ঘটনা ঘটাৰ। Gemon Jicaৰ মেইন লাইনৰ পাইপ ফুটি ৰূপ লৈছিল প্ৰাণঘাতকৰ। এগৰাকী মহিলাৰো মৃত্যু ঘটিছিল এই ঘটনাত। প্ৰায় ৪০টাকৈ ঘৰ ধ্বংস হৈছিল।

কিন্তু কিয় গুৰুত্ব নাই জলবোৰ্ডৰ?

Photo: Batori24

লগতে পঢ়কঃ Bjp Leader Murder Assam: ভয়ংকৰ ঘটনা! বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা; হত্যা কৰি পেলাই থৈ যায় ৰাস্তাৰ কাষত, ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ একাংশৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -