27 C
Guwahati
Thursday, April 18, 2024

kharghuli Pipe Burst: খাৰঘূলিত ভয়ংকৰ ঘটনা; Gemon Jicaৰ মেইন লাইনৰ পাইপ ফুটি ৰূপ ল’লে প্ৰাণঘাতকৰ, এগৰাকী মহিলাৰ মৃত্যু, ক্ষতিগ্ৰস্ত ৪০টাকৈ ঘৰ, Watch পানীৰ বিস্ফোৰক সদৃশ ৰূপ

kharghuli Pipe Burst: মহানগৰীৰ খাৰঘূলিত (Guwahati kharghuli) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

Must Read

kharghuli Pipe Burst: মহানগৰীৰ খাৰঘূলিত (Guwahati kharghuli) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Horrific Incident)। মাটিৰ তলৰ পানীৰ পাইপ ফুটি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

kharghuli Pipe Burst

দৃশ্য দেখিলে আপুনিও বুজিব কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলত (Water Supply Pipe Burst At Kharghuli)।

kharghuli Pipe Burst

Gemon Jicaৰ পানীৰ পাইপত বিস্ফোৰণ হোৱাৰ পিছতে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। পানীৰ প্ৰচণ্ড উৰ্ধমুখী সোঁতে এফালৰ পৰা বিধ্বস্ত কৰি নিয়ে বহুকেইটা ঘৰ।

জানিব পৰা অনুসৰি ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪০টাকৈ ঘৰ (40 Houses Destroyed)। হঠাতে পাইপৰ পানীয়ে বিস্ফোৰক সদৃশ ৰূপ লোৱাত ঘটনাত এগৰাকী মহিলা মৃত্যুমুখত পৰাৰ (One Women Died) লগতে আহত হয় ৫ গৰাকীকৈ লোক (5 Person Injured)। আহতসকলৰ ভিতৰত এটি ৮ বছৰীয়া শিশুও আছে।

kharghuli Pipe Burst

ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱ মহিলাগৰাকীৰ নাম সুমিত্ৰা ৰাভা। আহত ৰাজীৱ দাস, দীপা দাস, নিৰ্মল দাস, মৃদুলা হালৈ আৰু দৈৱকী হালৈ।

kharghuli Pipe Burst

ৰাজপথেৰে গৈ থকা কেইবাখনো বাহনো ক্ষতিগ্ৰস্ত হৈছে (kharghuli Pipe Burst)। বিস্ফোৰিত পাইপৰ পানী উপৰলৈ উঠি প্ৰচণ্ড গতিত অহাৰ ফলত দূৰৈত ছিটিকি পৰে কেইবাখনো বাহন (kharghuli Pipe Burst)। ঘটনাত কেইবাটাও ঘৰৰ বিস্তৰ ক্ষতি হয়। ঘটনাস্থলীত আৰক্ষী (Latasil Police) আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। ঘটনাৰ পিছতে বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

kharghuli Pipe Burst

স্থানীয় লোকে এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে আৰু গেমন জাইকা (Gemon Jica) তথা জি এম ডি এৰ (GMDA) বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ গঢ়ি তোলাৰ সকীয়নি দিছে।

Photo: Batori24

লগতে পঢ়কঃ Ashish Vidyarthi Weds: ৬০ বছৰীয়া বলীউড ‘Villain’ আশীষ বিদ্যাৰ্থী অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল; Love Storyটোক লৈ ক’লে- “এয়া দীঘল কাহিনী, পিছত কেতিয়াবা ক’ম”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -