26 C
Guwahati
Sunday, May 5, 2024

Delhi Murder Stabbed: “২০ বাৰ হানিলে চুৰিৰে; ৬ বাৰ শিলেৰে থেতেলিলে, দিল্লীত হৃদয় কঁপোৱা ঘটনা, চায় চায় গুচি গ’ল মানুহ, কিন্তু কোনেও নকৰিলে ৰক্ষা, Video চালে আপুনিও এবাৰ হ’লেও ক’ব- ইমান নৃশংস কেনেকৈ হ’ব পাৰে?

Delhi Murder Stabbed: দিল্লীত নাবালিকাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। অভিযুক্ত যুৱকে প্ৰথমে নাবালিকাৰে কৰে কাজিয়া। তাৰ পিছত চুৰিৰে হানিবলৈ আৰম্ভ কৰে।

Must Read

Delhi Murder Stabbed A Minor Girl: দেশৰ ৰাজধানী দিল্লীত (Delhi) এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

দিল্লীৰ শ্বাহবাদ ডেৰী এলেকাত (Delhi’s Shahbad Dairy) এজন যুৱকে এগৰাকী কিশোৰীক চুৰিৰে হানি-খুঁচি হত্যাৰ কৰাৰ পিছতো ক্ষান্ত নাথাকি শিলেৰে থেতেলিয়াই থেতেলিয়াই মুখৰ আকৃতি সলাই পেলাই (Delhi Murder Stabbed A Minor Girl)। আৰক্ষীয়ে অভিযুক্ত যুৱকজনক বুলন্দচহৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Boy Arrested By Police)

https://twitter.com/DelhiPolice

জানিবলৈ দিয়া অনুসৰি, শ্বাহবাদ দুগ্ধ আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল এই ঘটনা। অভিযুক্ত যুৱকৰ পৰিচয় চাহিল বুলি চিনাক্ত কৰা হৈছে। প্ৰাৰম্ভিক তথ্য পোৱা গৈছে যে অভিযুক্ত চাহিল আৰু কিশোৰীগৰাকীৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল।

ইয়াৰ পিছত অভিযুক্ত চাহিলে কিশোৰীগৰাকীক গলিত ৰখাই দিয়ে। কেই ছেকেণ্ডমানৰ পিছতে, অভিযুক্ত চাহিলে কিশোৰীগৰাকীক ধাৰ চুৰিৰে হানিবলৈ আৰম্ভ কৰে (Allegedly Stabbing A 16 Year Old Girl)চিচিটিভি ফুটেজত স্পষ্টভাবে দেখা পোৱা গৈছে যে অভিযুক্ত চাহিলে কিশোৰীগৰাকীক নিৰ্বিচাৰে হানি আছে চুৰিৰে, গলিটোত মানুহক অহা-যোৱা কৰি থকা দেখা গৈছে, কিন্তু কোনোৱে ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল।

Watch Video:

অভিযুক্ত চাহিলে একেৰাহে ৩০ বাৰতকৈ অধিক চুৰিৰে হানিলে (Delhi Murder Stabbed)। ইয়াৰ পিছত যুৱকজনে কেইবাবাৰো শিলেলে থেতেলে (Picked Up A Cement Block And Bludgeoned Her)। তাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আহত কিশোৰীগৰাকীক হাস্পতাললৈ লৈ যোৱা হয়, কিন্তু হাস্পতালতে মৃত্যুক সাৱটে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় (Delhi Police)। আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰিচয় লাভ কৰে। মৃত কিশোৰীগৰাকী ৩৬ জেজে কলনীৰ বাসিন্দা আছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, চাহিল আৰু কিশোৰীগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল, কিন্তু দেওবাৰে দুয়োৰে মাজত কাজিয়া হৈছিল। যেতিয়া কিশোৰীগৰাকী তাইৰ বান্ধৱীৰ পুত্ৰৰ জন্মদিনলৈ গৈ আছিল, চাহিলে তাইক ৰাস্তাত ৰখাইছিল। দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিল।

ইয়াৰ পিছত, অভিযুক্ত চাহিলে তাইক চোকা চুৰিৰে আক্ৰমণ কৰে (Delhi Murder Stabbed)। ইয়াতো ক্ষান্ত নাথাকি চাহিলে কিশোৰীগৰাকীৰ শিলেৰে থেতেলিয়াই থেতেলিয়াই মুখ ভাঙি পেলায়। তাৰ পিছত লাথো মাৰে।

ঘটনা সন্দৰ্ভত দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিবালে (Swati Maiwal) টুইট কৰে।

Delhi Murder Stabbed

Delhi Murder Stabbed Delhi Murder Stabbed

দিল্লী আৰক্ষীয়ে (Delhi Police) জানিবলৈ দিয়া অনুসৰি, অভিযুক্ত যুৱকজনৰ বয়স ২০ বছৰ আৰু মৃত কিশোৰীগৰাকীৰ বয়স ১৬ বছৰ।

ইফালে, ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও (Delhi CM Arvind Kejriwal) টুইট কৰি কয় যে- দিল্লীত মাজৰাস্তাতে এগৰাকী নাবালিকাক নিষ্ঠুৰভাবে হত্যা কৰা হয়। এয়া যথেষ্ট দুখজনক আৰু দুৰ্ভাগ্যজনক।

Photo: Twitter

লগতে পঢ়কঃ Chanakya Advised: এই ৪টা দোষ আপোনাৰো আছে নেকি? যদি আছে তেন্তে সাৱধান, কাৰণ এইকেইটা দোষে মাতি আনে দুৰ্ভাগ্য, ধ্বংস হয় জীৱন! পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -