24 C
Guwahati
Monday, April 29, 2024

ASTC Job Lost: ASTCৰ বিভিন্ন পদৰ পৰা চাকৰি হেৰুৱালে ৭৭১জন কৰ্মচাৰীয়ে; বিজ্ঞাপন, Interview অবিহনে পাইছিল চাকৰি! কিন্তু কৰ্মচাৰীৰ দাবী- “আমি লিগেল ইণ্টাৰভিউ দি চাকৰি পাইছো”

ASTC Job Lost In Assam: ASTCৰ বিভিন্ন পদৰ পৰা চাকৰি হেৰুৱালে ৭৭১জন কৰ্মচাৰীয়ে। বিজ্ঞাপন আৰু সাক্ষাতকাৰ অবিহনে অনিয়মেৰে নিযুক্তি লাভৰ অভিযোগ

Must Read

ASTC Job Lost In Assam: ASTCৰ বিভিন্ন পদৰ পৰা চাকৰি হেৰুৱালে ৭৭১জন কৰ্মচাৰীয়ে (771 Employees ASTC Job Lost)।

বিজ্ঞাপন আৰু সাক্ষাতকাৰ অবিহনে অনিয়মেৰে নিযুক্তি লাভৰ অভিযোগ উত্থাপন হৈছে কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে।

২০১১-১৩ চনৰ পৰা কৰ্মৰত আছিল কৰ্মচাৰীসকল। ২৯ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) সৈতে হোৱা আলোচনাত ASTC-এ লৈছিল এই সিদ্ধান্ত। আজি আনুষ্ঠানিকভাৱে বৰ্খাস্ত কৰা হৈছে ৭৭১জন কৰ্মচাৰীক (771 Employees ASTC Job Lost)

১ জুনৰ পৰা পৰিবহণ নিগমত কৰ্মৰত ৭৭১জন কৰ্মচাৰীয়ে কৰিব নোৱাৰিব চাকৰি (ASTC Job Lost)

চাকৰি হেৰুওৱাৰ পিছতে কৰ্মচাৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমত (ASTC)। তীব্ৰ প্ৰতিবাদ পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমত।

ইফালে এই সিদ্ধান্তৰ পিছতে ১ জুনৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTC বাছ সেৱা (ASTC Bus Service)ASTCৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা। পৰিবহণ নিগমত কৰ্মৰত ৭৭১জন কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম ৰাজ্যিক পৰিবহন সন্থাৰ প্ৰতিবাদ (ASTC Employees Stages Protest)

Photo: Batori24

লগতে পঢ়কঃ Starlink Satellite: নামনি অসমৰ আকাশত তৰাৰ চলন্ত ৰে’ল…ছচিয়েল মিডিয়াত ভাইৰেল ফটো, পিছে সেয়া আছিল ষ্টাৰলিংক ছেটেলাইট, আচলতে কি এই Starlink Satellite?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -