29 C
Guwahati
Friday, May 3, 2024

Tezpur Murder: আপুনিও হওক সাৱধান! ঘৰৰ বনকৰা লোকে ক্ৰিকেট বেটেৰে কোবাই কোবাই নৃশংসভাবে হত্যা কৰিলে ঘৰৰ মালিকক; হত্যাৰ কাৰণ…

তেজপুৰত (Tezpur Murder Case) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা

Must Read

Tezpur Murder Case: আপোনাৰো ঘৰত বনকৰা মানুহ আছে নেকি? যদি আছে তেন্তে অলপ সাৱধান হওক। কাৰণ এই বনকৰা মানুহেই কাঢ়িব পাৰে আপোনাৰ প্ৰাণ।

তেজপুৰত (Tezpur Murder Case) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা। বনকৰা লোকে ক্ৰিকেট বেটেৰে কোবাই কোবাই হত্যা কৰিলে ঘৰৰ মালিকক (Owner Killed By Servant With Cricket Bat)। এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে তেজপুৰৰ বাম বেছেৰীয়াত (Tezpur Murder Case)

Tezpur Murder
মৃত ঘৰৰ মালিক উপেন নাথ

ধীৰেন তাঁতী নামৰ এজন লোকে ঘৰৰ গৰাকী উপেন নাথক কৰিলে হত্যা (Tezpur Murder Case)। ৪ বছৰ ধৰি উপেন নাথৰ ঘৰত বনকৰা লোক হিচাপে আছিল ধীৰেণ তাঁতী। কিন্তু কোনো কাৰণত বন কৰা লোকজনৰ ঘৰৰ মালিকৰ সৈতে কাজিয়া হোৱাত ধীৰেণ তাঁতীয়ে মালিকক ক্ৰিকেট বেটেৰে কোবাই কোবাই কৰিলে হত্যা (Tezpur Murder Case)

ঘটনাৰ পিছতে উপেন নাথক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু চিকিৎসাধীন অৱস্থাতে উপেন নাথৰ মৃত্যু হয় (Tezpur Murder Case)। আৰক্ষীয়ে হত্যাকাৰী ধিৰেন তাতীক ইতিমধ্যে গ্ৰেপ্তাৰ (Murderer Arrest) কৰিছে। ঘটনাটোৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

Photo: Google

লগতে পঢ়কঃ MP Morena Firing: ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি! ২টা পৰিয়ালৰ মাৰপিটত এটা পৰিয়ালৰ ৬ সদস্যক গুলীয়াই হত্যা, গাৰ নোম শিঁয়ৰি উঠোৱা Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -