31 C
Guwahati
Tuesday, April 23, 2024

Arunachal Massive Landslide: অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; ৪জন অসমৰ শ্ৰমিকৰ কৰুণ মৃত্যু, শুই থকা অৱস্থাতে সমাধিস্থ হয় শ্ৰমিককেইজন

Arunachal Massive Landslide 4 Workers Died: শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হয়

Must Read

Arunachal Massive Landslide 4 Workers Died: শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হয় (Massive Landslide In Arunachal Pradesh)।

ৰাজ্যখনৰ আপাৰ ছিয়াং জিলাৰ ইংকিয়াং-টুটিং ৰোডৰ মচিং গাঁৱত (Yingkiong-Tuting Road In Upper Siang District) সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা (Arunachal Massive Landslide)।

এই ভূমিস্খলনত অসমৰ কমেও ৪জন শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয় (4 Construction Workers From Assam Killed In Landslide)। মৃত শ্ৰমিককেইজন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল। ভূমিস্খলনৰ ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে শ্ৰমিক কেইজন জীৱন্তে সমাধিস্থ হয়।
এতিয়ালৈকে মৃত শ্ৰমিক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Arunachal Massive Landslide
Arunachal Massive Landslide
Arunachal Massive Landslide
Arunachal Massive Landslide

জানিব পৰা মতে, ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিককেইজনে পথৰ কাষৰ অস্থায়ী কেম্পত শুই আছিল। যাৰ ফলত ভূমিস্খলন হোৱা বুলি জানিব পৰা নাছিল (Arunachal Massive Landslide)

উল্লেখ্য যে, বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ আছিল যাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে। এই পাঁচদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে (Arunachal Massive Landslide)

Photo: Batori24

লগতে পঢ়কঃ Chanakya Niti: টকাৰ অভাৱ সকলোৰে হয়; কিন্তু কেনেদৰে টকাৰ অভাৱ দূৰ কৰিব? চাণক্যই দিছে এই ৪টা উপায়, জানো আহক কি কি…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -