28 C
Guwahati
Monday, May 20, 2024

Goalpara Road Accident: খুবেই মৰ্মান্তিক! একেদিনাই প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীয়ে; ব্ৰিজা বাহনত মুখামুখি খুন্দা ট্ৰাকৰ, গাড়ীখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস

Goalpara Road Accident 2 Died: গোৱালপাৰা আগিয়াত (Goalpara Agia) ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা

Must Read

Goalpara Road Accident 2 Died: গোৱালপাৰা আগিয়াত (Goalpara Agia) ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা (Tragic Road Accident)।

Goalpara Road Accident

একেদিনাই প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীয়ে (Husband And Wife Died Together)। ভয়ংকৰ দুৰ্ঘটনাটোত (Horrific Road Accident) কৰুণ মৃত্যুক সাৱটিলে পবিত্ৰ পদ্দাৰ আৰু তেওঁৰ পত্নীয়ে। ধুবুৰীৰ চাপৰৰ বাসিন্দা আছিল দুয়োগৰাকী (Goalpara Road Accident)

ব্ৰিজা আৰু গেছ কঢ়িওৱা ট্ৰাকৰ মাজত মুখামুখি খুন্দা (Goalpara Road Accident Brezza Colided With Truck)

দুৰ্ঘটনাটোত আহত ৩জন লোক আটোৱাৰ ৰহমান (চালক) অভিবেচ কুমাৰ সিংহা আৰু মত্তো সাহা। আহত লোককেইজনক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে (3 Person Injured)

Photo: Batori24

লগতে পঢ়কঃ Rahul Gandhi: দোষমুক্ত নহ’ল ৰাহুল গান্ধী; সাংসদ পদো নাপাব ঘূৰাই, ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ থাকিল অনিশ্চয়তা, ২০১৯ত ‘মোদী উপাধি’ক লৈ ৰাহুলে কৰিছিল বিতৰ্কিত মন্তব্য…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -