31 C
Guwahati
Saturday, May 18, 2024

পুনৰ ৰাইজক মাধমাৰ সোধাই বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম

Must Read

পুনৰ ৰাইজক মাধমাৰ সোধাই বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত দাম বাঢ়িল ৩.৫০ টকাকৈ। আনফালে ৮ টকাকৈ বাঢ়িল বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য।

চিলিণ্ডাৰৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে সাধাৰণ জনতাক। আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। এই বৃদ্ধিৰ পিছত, ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়া সমগ্ৰ দেশৰ প্ৰায় সকলো চহৰতে হাজাৰৰো অধিক অতিক্ৰম কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭ মে’ত, এটা চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছিল। এই মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক বহুতো অসুবিধাত পেলাইছে সেয়া নিশ্চিত। দিল্লী আৰু মুম্বাইত এটা ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ১০০৩ টকা, কলকাতাত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ১০২৯ টকা হ’ব, আৰু চেন্নাইত আজিৰ পৰা ইয়াৰ মূল্য ১০১৮.৫ টকা হ’ব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -