26 C
Guwahati
Friday, May 3, 2024

Assams Uma Chetry: এটা ভাল খবৰ! প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ এগৰাকী অসম জীয়ৰীৰ; ৯ জুলাইৰ পৰা খেলিব বাংলাদেশৰ বিৰুদ্ধে…

Assams Uma Chetry In Womens Cricket Team: অসমবাসীৰ বাবে এটা ভাল খবৰ! প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই

Must Read

Assams Uma Chetry In Womens Cricket Team: অসমবাসীৰ বাবে এটা ভাল খবৰ! প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই।

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকীৰ নাম হৈছে উমা ছেত্ৰী। উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে (Assam’s Uma Chetry In Women’s Cricket Team To Face Bangladesh)

তেওঁ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া ৩খনকৈ টী-২০ আৰু এদিনীয়াত খেলিব (T20 And ODI Series)

Assams Uma Chetry

দেওবাৰে BCCI-এ ঘোষণা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ (Women’s National Cricket Team) খেলুৱৈসকলৰ নাম। ভাৰতীয় দলত তেওঁ প্ৰথমখন খেল বাংলাদেশত খেলিব।

Assams Uma Chetry

দেশখনত T20 আৰু এদিনীয়া ক্ৰিকেট খেল ৯ জুলাইৰ পৰা অনুষ্ঠিত হ’ব (Assam’s daughter Uma Chetry)

বোকাখাতৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা গৈ ভাৰতীয় মহিলা ক্ৰিকেটৰ “A” দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা উমা চেত্ৰীয়ে ২০১১ চনত কান্ধুলিমাৰী গাঁৱৰ পৰা ওলাই আহি হাতত ক্ৰিকেট বেট তুলি লৈছিল (Assams Uma Chetry)

Assams Uma Chetry

কান্ধুলিমাৰী গাঁৱৰ লোক বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমা এগৰাকী প্ৰতিভাৱান উইকেট কীপাৰ আৰু বেটাৰ (Assam Cricket Association’s (ACA) Uma Chetry Is A Wicket Keeper)

শেহতীয়াকৈ হংকঙত অনুষ্ঠিত হোৱা মহিলা ইমাৰ্জিং এছিয়া কাপ (টি-২০)ত ভাৰত ‘এ’ৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে (Assams Uma Chetry)

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত BCCI-এ ঘোষণা কৰা নিৰ্বাচিত ভাৰতীয় খেলুৱৈসকল হৈছে –

সম্পূৰ্ণ টীম (টি২০): হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা (সহ অধিনায়ক), দীপ্তি শৰ্মা, শ্বেফালী বাৰ্মা, জেমিমা ৰ’ড্ৰিগজ, যস্তিকা ভাটিয়া (উইকেট কীপাৰ), হৰলিন দেওল, দেৱীকা বৈদ্য, উমা ছেত্ৰী (উইকেট কীপাৰ), অমনজোত কৌৰ, এছ মেঘনা, পূজা বষ্ট্ৰকাৰ, মেঘনা সিং, অঞ্জলি ছাৰ্ৱানী, মনিকা পেটেল, ৰাশি কানোজিয়া, অনুষা বাৰেড্ডী, মিন্নু মণি।

(এদিনীয়া): হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (সহ অধিনায়ক), দীপ্তি শৰ্মা, শ্বেফালী বাৰ্মা, জেমিমা ৰ’ড্ৰিগজ, যস্তিকা ভাটিয়া (উইকেট কীপাৰ), হৰলিন দেওল, দেৱীকা বৈদ্য, উমা ছেত্ৰী (উইকেট কীপাৰ), অমনজোত কৌৰ, প্ৰিয়া পুনিয়া, পূজা বষ্ট্ৰকাৰ , মেঘনা সিং, অঞ্জলি ছাৰ্ৱানী, মনিকা পেটেল, ৰাশি কানোজিয়া, অনুষা বাৰেড্ডী, স্নেহ ৰাণা।

Photo: Google

লগতে পঢ়কঃ Sudakshina Sarma No More: মৃত্যুৰ পিছতো অৱদান! নিজৰ “চকুযুৰি” ২জন অন্ধ মানুহক দান কৰি যোৱাৰ লগতে “সম্পূৰ্ণ দেহো” কৰি গ’ল দান, আজি পুৱা যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই ত্যাগ কৰে এই সংসাৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -