28 C
Guwahati
Wednesday, May 15, 2024

Drone Spotted Modi Residence: পুৱাই পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰৰ ওপৰত উৰি থকা দেখা গ’ল Drone; এই ঘটনাৰ পিছতে আৰক্ষীৰ মহলত হুলস্থুল…

Must Read

Drone Spotted Modi Residence Delhi: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ ওপৰত ড্ৰ’নৰ দৰে বস্তু উৰি থকা দেখা গ’ল। আজি পুৱা ৫ বজাৰ আশে-পাশে PCRলৈ এটা ফোনকল আহে।

য’ত কোৱা হয় যে এটা ড্ৰ’নৰ দৰে বস্তু প্ৰধানমন্ত্ৰী বাসগৃহৰ (PM Residence) ওপৰত উৰি আছে।
আৰক্ষীয়ে এই কথা নিশ্চিত কৰে (Drone Spotted Over PM Narendra Modi Residence On No Fly Zone Delhi Police)

Drone Spotted Modi Residence

অৱশ্যে দিল্লী আৰক্ষীয়ে (Delhi Police) যেতিয়া ইয়াৰ তদন্ত কৰে তেতিয়া এনেকুৱা একো নাপালে। ইয়াৰোপৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰলেও একো নাপালে। এজন জ্যোষ্ঠ আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

পুৱতি নিশা পাইছিল খবৰ (Drone Spotted Modi Residence)

দিল্লী আৰক্ষীৰ জ্যোষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ (PM Residence) ওপৰত, যিটো সম্পূৰ্ণৰূপে No-Fly Zone হয়, তাত এটা ড্ৰ’নৰ দৰে বস্তু উৰি থকা দেখা গ’ল।

দিল্লী আৰক্ষীয়ে ক’লে যে পুৱা NDD কণ্ট্ৰল ৰূমে ইয়াৰ বিষয়ে জানিবলৈ পালে যে প্ৰধানমন্ত্ৰীৰ আৱাসৰ ওচৰত এটা অজ্ঞাত ফ্লায়িং অৱজেক্ট পাইছে।

এই খবৰ পোৱা মাত্ৰকেই আশে-পাশে থকা এলেকাসমূহত তদন্ত আৰম্ভ কৰে কিন্তু এনেধৰণৰ একো বস্তু দেখা নাপালে (Drone Spotted Modi Residence)

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে তেওঁৰ বাসভৱন ৰেড ন’ ফ্লাই জ’নৰ (No-Fly Zone) অধীনত আছে। প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰেৰে যেনেকৈ কোনো বিমান উৰিব নোৱাৰে, তেনেকৈ কোনো ড্ৰোনো উৰাব নোৱাৰি।

Photo: Google

লগতে পঢ়কঃ Assams Uma Chetry: এটা ভাল খবৰ! প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ এগৰাকী অসম জীয়ৰীৰ; ৯ জুলাইৰ পৰা খেলিব বাংলাদেশৰ বিৰুদ্ধে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -