32 C
Guwahati
Saturday, May 11, 2024

শ্বাহিদ কাপুৰৰ ‘জাৰ্চি ছবিখনৰ মুক্তিৰ তাৰিখ সলনি

Must Read

১৪ এপ্ৰিলত শ্বাহিদ কাপুৰৰ ‘জাৰ্চি’ চোৱাৰ পৰিকল্পনা কৰিছে নেকি? যদি হয়, তেন্তে আপুনি জানি সুখী নহ’ব যে ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰা হৈছে।

শ্বাহীদ কাপুৰ, ম্ৰোণাল ঠাকুৰ আৰু পংকজ কাপুৰ অভিনীত ‘জাৰ্চি’ চলিত মাহৰ ২২ এপ্ৰিলত ছবিগৃহত মুক্তি পাব।

এই কথা সদৰি কৰি চলচ্চিত্ৰ প্ৰযোজক অমন গিলে কয়, “এটা দল হিচাপে, আমি আমাৰ তেজৰ ঘাম আৰু চকুপানী ‘জাৰ্চি’ত ৰাখিছো আৰু আমাৰ প্ৰিয় চলচ্চিত্ৰখন আপোনালোক সকলোৰে ওচৰলৈ সৰ্বাধিক সম্ভৱ উপায়েৰে উপনীত হোৱাটো বিচাৰিম। জাৰ্চি এতিয়া ২২ এপ্ৰিলত মুক্তি পাব।ছবি খন ৰাষ্ট্ৰীয় বঁটা বিজয়ী তেলেগু চলচ্চিত্ৰখনৰ ৰিমেক হয়। গোৱাটম টিনানুৰিৰ দ্বাৰা পৰিচালিত ‘জাৰ্চি’ত শ্বাহিদে অৰ্জুন নামৰ এজন বিফল ক্ৰিকেটাৰৰ চৰিত্ৰত অভিনয় কৰিব।

- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -