22 C
Guwahati
Monday, May 6, 2024

পৰ্যটকৰ বাবে সুখবৰ, কাজিৰঙাৰ পৰ্যটকে এতিয়াৰে পৰা কৰিব পাৰিব অনলাইন বুকিং

Must Read

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে এতিয়াৰে পৰা অনলাইন বুকিঙৰ সুবিধা পাব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এমট্ৰনৰ যোগেদি অনলাইন বুকিঙৰ ব্যৱস্থা কৰিছে । বিহুৰ পাছৰে পৰা এই সুবিধা ৰাষ্ট্ৰিয় উদ্যানত উপলব্ধ হ’ব । প্ৰথম অৱস্থাত জীপ ছাফাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই অনলাইন বুকিং ব্যবস্থা।

পৰৱৰ্তী সময়ত হাতী ছাফাৰীৰ ক্ষেত্ৰতো অনলাইন বুকিঙৰ ব্যৱস্থা থাকিব । ইতিমধ্যে পৰ্যটকৰ বাবে ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো জীপছী গাড়ীৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিয়া হৈছে । অহা ১৫ এপ্ৰিলৰ ভিতৰত গাড়ী পঞ্জীয়ন কৰিব লাগিব । তাৰবাবে WWW.kazirangasafari.in নামেৰে এটা ৱেবছাইট মুকলি কৰা হৈছে । নতুন ব্যবস্থাৰ দ্বাৰা পৰ্যটক সকলৰ ক্ষেত্ৰতো সুবিধা হ’ব বুলি আশা কৰা হৈছে।
- Advertisement -
- Advertisement -

Latest News

Bhupen Borah heads to Jorhat, to face police Inquiry amid Political turmoil

Police in Jorhat have summoned Assam Congress chairman Bhupen Borah to appear before them on January 31 in relation to a case involving the Bharat Jodo Nyay Yatra, which is suspected of deviating from its approved route in the district.
- Advertisement -

More Articles Like This

- Advertisement -