34 C
Guwahati
Sunday, May 19, 2024

আজি দিনটোৰ ৰাশিফল, জানক আপোনাৰ দিনটো কেনে যাব

Must Read

Jyotish Acharya Himangkor Mazumdar
Jyotish Acharya Himangkor Mazumdar
My first study about on panchan jyotish but now horoscope read by modern astrology from vedic also I can use k.p method and advance stellar system for better prediction which is called mathematic astrology. Horary jyotish one is the most interesting part of astrology which help to see the present time prediction. Importantly I studied and my research also going on about medical astrology and it is quite interesting for a science student.

তিথি- শুক্লা দ্বাদশী
নক্ষত্ৰ- উত্তৰভাদ্ৰপদ নক্ষত্ৰ
যোগ- হৰ্ষণ
কৰণ- বব ঘঃ ৬/১৬ যোৱাত বালব কৰণ

মেঘ-ধন অপব্যয় হোৱাৰ সম্ভাৱনা। কৰ্মত শুভ। প্ৰেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২

বৃষ– প্ৰবাসী সকলৰ শুভ। শৰীৰ উন্নত। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭

মিথুন– চিন্তা বৃদ্ধি। ব্যৱসায়ত শুভ। সাংসাৰিক শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৯

কৰ্কট– ধন প্ৰাপ্তি হ’ব পাৰে। ব্যৱসায়ীৰ শুভ।প্ৰেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪

সিংহ– কৰ্মত শুভ। প্ৰেম তথা বিবাহত শুভ। শৰীৰত গুৰুত্ব দিব। শুভ ৰং বগা। শুভ সংখ্যা ৩

কন্যা– কৰ্মত সফলতা। প্ৰেমত শুভ। শৰীৰ অসুস্থ। বিদ্যাৰ্থীৰ অশুভ। শুভ ৰং গোলপীয়া। শুভ সংখ্যা ৬

তুলা– ধন প্ৰাপ্তি। ব্যৱসায়ীৰ শুভ। কৰ্মত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫

বৃশ্চিক– মানসিক অশান্তি। কৰ্মত শুভ। শৰীৰ প্ৰতি যত্ন লব। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬

ধনু– কৰ্মত শুভ। ধন প্ৰাপ্তি হ’ব পাৰে। সাংসাৰিক শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৪

মকৰ– সন্মান লাভ। শৰীৰ স্বাস্থ্য উন্নতি। প্ৰেম তথা বিবাহত শুভফল। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯

কুম্ভ– আজিৰ দিনটোত যিকোনো কৰ্মৰ শুভফল লাভ কৰিব। শৰীৰ প্ৰতি নজৰ দিব। বিদ্যাৰ্থীৰ চেষ্টাৰ প্ৰয়োজন।শুভ ৰং বগা। শুভ সংখ্যা ৭

মীন– ভ্ৰমণ যোগ। মানসিক শান্তি। বিদ্যাৰ্থীৰ মধ্যমীয়া। কৰ্ম ব্যস্ততা বৃদ্ধি। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -