29 C
Guwahati
Saturday, May 18, 2024

আজি দিনটোৰ ৰাশিফল, জানক আপোনাৰ দিনটো কেনে যাব

Must Read

Jyotish Acharya Himangkor Mazumdar
Jyotish Acharya Himangkor Mazumdar
My first study about on panchan jyotish but now horoscope read by modern astrology from vedic also I can use k.p method and advance stellar system for better prediction which is called mathematic astrology. Horary jyotish one is the most interesting part of astrology which help to see the present time prediction. Importantly I studied and my research also going on about medical astrology and it is quite interesting for a science student.

ৰাশিফল
তিথি – শুক্লা নৱমী
নক্ষত্ৰ – পূৰ্ব্বভাদ্ৰ পদ
যোগ – বজ্ৰ
কৰণ – কৌলব ঘঃ ৯/৪৯ যোবাত তৈতিল

মেঘ : কৰ্মত উন্নতি । নিৱনুৱা সকলৰ শুভ। প্ৰৱাসী শুভ সাংসাৰিকত শুভ। বিদ্যাৰ্থীৰ শুভ ।শৰীৰ স্বাস্থ্যৰ অসুবিধা দিব পাৰে । শুভ ৰং গোলপীয়া । শুভ সংখ্যা ৯।

বৃষ : ব্যৱসায়ী সকলৰ শুভ। ধন প্ৰাপ্তি । কৰ্মত ব্যস্ততা বৃদ্ধি । প্ৰেমত শুভ। সাংসাৰিকত শুভ । বিদ্যাৰ্থীৰ শুভ । শুভ ৰং কমলা । শুভ সংখ্যা ৩।

মিথুন : মানসিক অশান্তি। ব্যৱসায়ী সকলৰ শুভ দিন। প্ৰেমত শুভ। ভ্ৰমণ যোগ। বিবাহ উপযোগীৰ শুভফল। কৰ্মত শুভ । শৰীৰ গুৰুত্ব দিব। শুভ ৰং বগা । শুভ সংখ্যা ২ ।

কৰ্কট : চাকৰিয়াল সকলৰ শুভ। ব্যৱসায়ী সকলে পুৰণি কাৰ্যত সফল হ’ব। বিদ্যাৰ্থীৰ মধ্যমীয়া। শৰীৰ স্বাস্থ্যত গুৰুত্ব দিব। কৰ্মত শুভ। সুখ, আনন্দ লাভ। শুভ ৰং হালধীয়া । শুভ সংখ্যা ৭।

সিংহ : কৰ্ম ব্যস্ততা বৃদ্ধি। লেনদেন সাৱধান। শৰীৰ উন্নতি। ঘৰুৱাত শুভ। চাকৰিয়াল সকলৰ শুভ । ধন প্ৰাপ্তিৰ যোগ।
শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

কন্যা : ভ্ৰমণ যোগ। সন্মান লাভ। শৰীৰ স্বাস্থ্যৰ উন্নতি। বিদ্যাৰ্থীৰ শুভ । ব্যৱসায়ী সকলৰ শুভ। বিবাহ উপযোগীৰ শুভ। শুভ ৰং বগা । শুভ সংখ্যা ২ ।

তুলা : ধন প্ৰাপ্তি। শৰীৰ দুৰ্বলতা। কৰ্ম ব্যস্ততা বৃদ্ধি। ব্যৱসায়ী সকলৰ শুভ। বিদ্যাৰ্থীৰ শুভ । প্ৰেমত শুভ। বিদ্যাৰ্থীৰ শুভ । খৰছ বৃদ্ধি। শুভ ৰং হালধীয়া । শুভ সংখ্যা ৯।

বৃশ্চিক : মানসিক শান্তি। নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। বিদ্যাৰ্থীৰ চেষ্টাৰ প্ৰয়োজন । স্বাস্থ্যত গুৰুত্ব দিব। ঘৰুৱাত শুভ। শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৩ ।

ধনু : ব্যৱসায়ী সকলৰ শুভ। সুখ, আনন্দ লাভ। কাৰ্য্য সিদ্ধি। প্ৰেমত শুভ। নিৱনুৱা সকলৰ শুভ। বিদ্যাৰ্থীৰ শুভ ।শুভ ৰং কমলা । শুভ সংখ্যা ৫।

মকৰ : সন্মান লাভ। কৰ্ম তথা ব্যৱসায়ী সকলৰ শুভ । সাংসাৰিকত শুভ । প্ৰেমত শুভ। আনন্দ লাভ। বিদ্যাৰ্থীৰ মধ্যমীয়া । শুভ ৰং গোলপীয়া । শুভ সংখ্যা ৭।

কুম্ভ : কৰ্ম ব্যস্ততা। বিদ্যাৰ্থী শুভ। ব্যৱসায়ী সকলৰ নতুন দিশ লাভ। ধন প্ৰাপ্তি। শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৩।

মীন : ভাগ্য উন্নতি। ব্যৱসায়ী সকলে নতুন দিশ লাভ। প্ৰেমত শুভ। ঘৰুৱাত শুভ । বিদ্যাৰ্থীৰ শুভ ।শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -