29 C
Guwahati
Saturday, May 11, 2024

Assam HSLC Result 2023: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল; আজিৰ ফলাফলত জিলা ভিত্তিত উত্তীৰ্ণৰ হাৰত শীৰ্ষত চিৰাং, তালিকাৰ একেবাৰে তলত গোৱালপাৰা…

Assam HSLC Result 2023: আজি ঘোষণা হ'ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত ঘোষণা হ'ল ফলাফল

Must Read

Assam HSLC Result 2023: আজি ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল (Assam HSLC And High Madrassa Result Declared)। পুৱা ১০ বজাত ঘোষণা হ’ল ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল (Assam HSLC Result 2023)।

Assam HSLC Result 2023 Assam HSLC Result 2023

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪ লাখ ১৫ হাজাৰ ৩২৪ গৰাকী শিক্ষাৰ্থী। পৰীক্ষাত উত্তীৰ্ণৰ হ’ল ৭২.৬৯ শতাংশ। মুঠ ৩ লাখ ১ হাজাৰ ৮৭৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় পৰীক্ষাত (Assam HSLC Result 2023)। ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৯৪,৯১৩ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১ লাখ ৪৮ হাজাৰ ৫৭৩ গৰাকী শিক্ষাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৮ হাজাৰ ৩৯৪ গৰাকী শিক্ষাৰ্থী।

এইবাৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰতকৈ বেছি। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হ’ল ৭৪.৭১ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হ’ল ৭০.৯৬ শতাংশ (Assam HSLC Result 2023)

ইফালে আজিৰ ফলাফলত জিলা ভিত্তিত ৮৮.৬৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত আছে চিৰাং জিলা (Chirang District)। আনহাতে, ৫৯.৮০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ একেবাৰে শেষত আছে গোৱালপাৰা জিলা (Goalpara District)

আনহাতে, আজিৰ ফলাফল, শীৰ্ষ ১০টা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৬১ গৰাকী শিক্ষাৰ্থীয়ে। Distinction Marks লাভ কৰিছে ৮৫১৭ গৰাকী শিক্ষাৰ্থীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৮ হাজাৰ ৬৫৩ গৰাকী শিক্ষাৰ্থীয়ে (Assam HSLC Result 2023)

Photo: Batori24

লগতে পঢ়কঃ Kerala Mobile Explodes: আপুনিও হওক সাৱধান! ছাৰ্টৰ পকেটত থকা মোবাইল হঠাৎ বিস্ফোৰণ ঘটি জ্বলি উঠিল; তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয় চাব লাগে, Watch Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -