29 C
Guwahati
Saturday, May 18, 2024

দুৰ্গা পূজাৰ কমিটী সমূহে কি কি নিয়ম মানি চলিব লাগিব

Must Read

দুৰ্গা পূজা চাবলৈ যোৱাৰ পূৰ্বে পালন কৰিব লাগিব কিছুমান নিয়ম।পূজা কমিটী আৰু ভক্তই মানিব লাগিব এইকেইটা বিশেষ নিয়ম-

১) ৰাষ্টাৰ ওপৰত সাজিব নোৱাৰিব পূজা পেণ্ডেল।যাতে যান-যঁটৰ সমস্যাৰ সৃষ্টি নহয়।

২) পূজা পেণ্ডেলৰ ভিতৰত মহিলা আৰু পুৰুষৰ বাবে সোমোৱা আৰু ওলোৱা পথ বেলেগ বেলেগ হ’ব লাগিব।

৩) প্ৰতিখন পূজা মণ্ডপত অগ্নিনৰ্বাপক সজুঁলি মজুট ৰাখিব লাগিব।পৰ্যাপ্ত পৰিমাণৰ পানী, বালি ৰাখিব লাগিব। উচ্চ গুণসম্পন্ন বৈদ্যুতিক তাঁৰ ব্যৱহাৰ যাতে শ্বৰ্ট চাৰ্কিট নহয়। তৎক্ষণাত জুই নলগা সামগ্ৰী পূজা মণ্ডপত ব্যৱহাৰ কৰিব লাগিব।

৪) পূজা কমিটীয়ে যথেষ্ট সংখ্যক স্বেচ্ছাসেৱী লোকক নিয়োগ কৰিব লাগিব। যাতে ট্ৰেফিক নিয়ন্ত্ৰণত আৰক্ষীক সহায় কৰিব পাৰে।

৫) প্ৰতিটো পূজা মণ্ডপত বিএছএছ চিষ্টেম ৰাখিব লাগে,যাতে কোনো লোকৰ বস্তু নাইবা সৰু শিশু হেৰাই গ’লে সময়ত ঘোষণা কৰিব পাৰে।

৬) প্ৰতিটো সময়তে পূজা মণ্ডপত পূজা কমিটীৰ মানুহ থাকিব লাগিব।

৭) কোনো ধৰণৰ নিছাযুক্ত দ্ৰব্য পূজা মণ্ডপৰ আশে পাশে বিক্ৰী কৰিব নোৱাৰিব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -