21.6 C
Guwahati
Wednesday, May 8, 2024

Union Budget 2023: দাম কমিব মোবাইল ফোন-টিভিৰ; বাঢ়িব চিগাৰেট, সোণ-ৰূপৰ দাম, আৰু কি কি বস্তুৰ মূল্য হ্ৰাস আৰু বৃদ্ধি হ’ব, চাওক সম্পূৰ্ণ তালিকা…

Union Budget 2023: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সাধাৰণ বাজেট দাখিল কৰিছে। এই সাধাৰণ বাজেটত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বহুকেইটা ডাঙৰ ঘোষণা কৰা হৈছে

Must Read

Union Budget 2023: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) আজি সাধাৰণ বাজেট দাখিল কৰিছে। এই সাধাৰণ বাজেটত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বহুকেইটা ডাঙৰ ঘোষণা কৰা হৈছে। য’ত কৰ শ্লেব হ্ৰাস কৰাটো আটাইতকৈ ডাঙৰ ঘোষণা। চৰকাৰে পুৰণি কৰ ব্য়ৱস্থা বাতিল কৰিছে। ১১ বজাৰ লগে লগে সংসদত নিৰ্মলা সীতাৰমনে আৰম্ভ কৰে বাজেট ভাষণ। এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট (Union Budget 2023)। বাজেটৰ ভাষণতে বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে কোনবোৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হৈছে আৰু কোনবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে আৰু এতিয়া কোনবোৰ বস্তুত এতিয়াৰে পৰা বেছি টকা দিব লাগিব।

কি কি বস্তুৰ দাম কমিব-

১. মোবাইল ফোন আৰু কেমেৰাৰ লেঞ্চৰ দাম কমিব।
২. বিদেশৰ পৰা অহা ৰূপৰ দাম কমিব।
৩. LED টিভি আৰু বায়’গেছৰ সৈতে জড়িত বস্তুৰ দাম হ্ৰাস হ’ব।
৪. টিভিৰ কিছুমান অংশৰ শুল্ক হ্ৰাস কৰা হৈছে।
৫. বৈদ্যুতিক গাড়ী, খেলৰ সামগ্ৰী আৰু চাইকেলৰ মূল্য হ্ৰাস হ’ব।
৬. হিট কইলৰ শুল্ক হ্ৰাস কৰা হৈছে।
৭. হ্ৰাস পাব চিমনী, কাপোৰ, সীমা শুল্ক।

কি কি বস্তুৰ দাম বাঢ়িব-

১. সোণ-ৰূপ আৰু প্লেটিনামৰ দাম বৃদ্ধি হ’ব।
২. দাম বাঢ়িব চিগাৰেটৰ, শুল্ক বঢ়াই ১৬ শতাংশ কৰা হৈছে।
৩. ছিলভাৰৰ বাচন-বৰ্তন বৃদ্ধি হ’ব মূল্য।
৪. আ-অলংকাৰৰ মূল্যও বৃদ্ধি পাব।
৫. ধপাতযুক্ত সামগ্ৰীৰ দাম বাঢ়িব।
৬. বাহিৰৰ পৰা অহা দুৱাৰ।

কেন্দ্ৰীয় বাজেটত বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। উল্লেখ্য যে, মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এইখন অন্তিম পূৰ্ণাংগ বাজেট (Union Budget 2023)

Photo: Google

লগতে পঢ়কঃ Budget 2023-24: বিত্ত মন্ত্ৰীৰ খোলোচা! কিয় অনা হয় ৰঙা ৰঙৰ কাপোৰত বাজেট; আপুনিও জানি থওক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -