30 C
Guwahati
Sunday, May 19, 2024

কৰুণ! কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছিল; কিন্তু আদবাটতে ট্ৰেক্টৰে প্ৰাণ (Died) কাঢ়িলে ১৭ বছৰীয়া সংগীতাৰ, স্কুটীত খুন্দা মাটি কঢ়িওৱা ট্ৰেক্টৰৰ

মাটি কঢ়িওৱা ট্ৰেক্টৰ আৰু স্কুটীৰ সংঘৰ্ষত (Tractor And Scooty Colided) থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী ১৭ বছৰীয়া কলেজীয়া ছাত্ৰীয়ে (17 years College Girl Died)

Must Read

মৃত্যু কাৰ, কেতিয়া, কেনেকৈ আহে কোনোৱে নাজানে! হোজাই জিলাৰ (Hojai Dstrict) লংকাৰ (Lanka) ডাবলঙত এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হৈছে। মাটি কঢ়িওৱা ট্ৰেক্টৰ আৰু স্কুটীৰ সংঘৰ্ষত (Tractor And Scooty Colided) থিতাতে প্ৰাণ হেৰুৱালে এগৰাকী ১৭ বছৰীয়া কলেজীয়া ছাত্ৰীয়ে (17 years College Girl Died)

দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটা ছাত্ৰীগৰাকীৰ নাম সংগীতা সৰকাৰ (১৭) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, লংকা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল সংগীতা সৰকাৰ।

এই দুৰ্ঘটনাত একেখন কলেজৰে আছমিনা ছিদ্দিকা নামৰ এগৰাকী সহপাঠী ছাত্ৰীও গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে দুয়োগৰাকী ছাত্ৰীয়ে লংকাৰ জুনিয়ৰ কলেজৰ পৰা ঘৰলৈ বুলি স্কুটীত উঠি গৈ থকাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

 

নিহত সংগীতা সৰকাৰ
নিহত সংগীতা সৰকাৰ

মাটি কঢ়িওৱা ট্ৰেক্টৰে পিছফালৰ পৰা মহটিয়াই নিয়ে স্কুটীখনক যাৰ ফলত স্কুটীৰ চালক আৰু পাছফালে বহি অহা ছাত্রী দুগৰাকী ছিটিকি পৰে। আনগৰাকী ছাত্রী স্কুটীৰ চালক আছমিনা ছিদ্দিকাক লংকা প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।

ঘটনাস্থলীত লংকা আৰক্ষী (Lanka Police) উপস্থিত হৈ তদন্ত অব্যাহত।

Photo: Batori 24

লগতে পঢ়কঃ কোন দিশে যুৱ প্ৰজন্ম! আজৱ ভংগীমাৰে ৰাষ্ট্ৰীয় সংগীতত অশ্লীল নৃত্য যুৱকৰ; Video Viral হোৱাৰ পাছতে যুৱকক গ্ৰেপ্তাৰ, ৩০ ছেকেণ্ডৰ এই ভিডিঅ’টো চালে আপোনাৰো উঠিব খং

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -