25 C
Guwahati
Sunday, May 19, 2024

মহানগৰীৰ জালুকবাৰীত নৱনিৰ্মিত অত্যাধুনিক আৰক্ষী ভৱন মুকলি

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

মহানগৰীৰ জালুকবাৰীত নৱনিৰ্মিত অত্যাধুনিক আৰক্ষী ভৱন মুকলি। আনুষ্ঠানিকভাৱে মুকলি কৰে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে। উপস্থিত থাকে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বিশেষ চৰিত্ৰত অভিনয় কৰা প্ৰীতম খাৰঘৰীয়া, কে কে, মোহন।লগতে উপস্থিত থাকে মহানগৰৰ শীৰ্ষ আৰক্ষী বিষয়াসকল

উল্লেখ্য যে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল অত্যাধুনিক থানা ভৱনটো। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত কেৱল মুকলি কৰা হৈছে DCPৰ কাৰ্যালয়।চৰকাৰী নথি-পত্ৰৰ কাম সম্পূৰ্ণ হ’লেই পূৰ্ণাংগ থানা ৰূপে মুকলি কৰা হ’ব।

প্ৰথম পৰ্যায়ত আৰক্ষী ভৱনটোত থাকিব DCP কাৰ্যালয়ৰ লগতে ACP আজাৰা, ACP জালুকবাৰীৰ কাৰ্যালয়।ইয়াৰোপৰি থাকিব জালুকবাৰী যানবাহন শাখাৰ ACPৰ কাৰ্যালয়। এই কথা জনালে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -