31 C
Guwahati
Tuesday, May 21, 2024

Narengi Lovers Clash: ৰাস্তা নে ৰণথলী! বাইকেৰে গৈ থাকোতে প্ৰেমিক-প্ৰেমিকাৰ কাজিয়া; তাৰ পিছৰ পৰিণতি এয়া…হেলমেটেৰে কোবাই কোবাই মূৰ ফটাই দিলে গাৰ্ল ফ্ৰেণ্ডৰ

Narengi Lovers Clash: গুৱাহাটীৰ (Guwahati) নাৰেংগীত (Narengi) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Horrific Incident)

Must Read

Narengi Lovers Clash Boyfriend Detained: গুৱাহাটীৰ (Guwahati) নাৰেংগীত (Narengi) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Horrific Incident)।

ৰাস্তা সলনি হ’ল ৰণথলীলৈ!

বাইকেৰে গৈ থকা অৱস্থাতে হঠাৎ এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত লাগিল কাজিয়া (Lovers Clash)। আৰু সেই কাজিয়াই চৰম ৰূপ ল’লে।

কাজিয়া ইমানেই বাঢ়ি গ’ল যে হেলমেটেৰে প্ৰেমিকাক কোবাই কোবাই মূৰ ফটাই দিলে প্ৰেমিকে (Boyfriend Beaten By Helmet)। ঘটনাস্থলীতে অচেতন হৈ বাগৰি পৰিল যুৱতীগৰাকী। স্থানীয় ৰাইজে ঘটনাটো দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত নুনমাটি আৰক্ষী (Noonmati Police) উপস্থিত হৈ প্ৰেমিক যুৱকজনক আটক কৰে (Boyfriend Detained)। ইফালে কিয় মাৰিলে বুলি যুৱকজনক সাংবাদিকে প্ৰশ্ন সোধাত ক’লে মই মাৰা নাই। তাই নিজে বাইকৰ পৰা বাগৰি পৰিছে (Narengi Lovers Clash)

এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যে কোন সঁচা, কোন মিছা? আচলতে হৈছিল কি (Narengi Lovers Clash)?

Photo: Batori24

লগতে পঢ়কঃ Guwahati Drunk Police: আকৌ দাগ লাগিল খাকী পোছাকত! “মদ” খাই ডিউটীত আহিছিল এইজন আৰক্ষী কনিষ্টবল; লগে লগে Suspend…এদিনত দুটাকৈ অনুৰূপ ঘটনা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -