30 C
Guwahati
Sunday, May 19, 2024

Junmoni Rabha Birthday: জোনমণি ৰাভাক নগাঁও আৰক্ষীয়ে “হত্যা” কৰা বুলি অভিযোগ তোলা কনিষ্টবল অনিল ভূঞাক CBIৰ জেৰা; ভূঞাৰ এটা কল ৰেকৰ্ডিং হৈছিল ভাইৰেল, আজি প্ৰয়াত জোনমণিৰ “জন্মদিনো”…

Junmoni Rabha Birthday: প্ৰয়াত SI জোনমণি ৰাভাৰ (SI Jonmani Rabha) মৃত্যুৰ ঘটনাই আজি ৫৪ দিন অতিক্ৰম কৰিলে

Must Read

Junmoni Rabha Birthday: প্ৰয়াত SI জোনমণি ৰাভাৰ (SIJunmoni Rabha) মৃত্যুৰ ঘটনাই আজি ৫৪ দিন অতিক্ৰম কৰিলে। কিন্তু আজিপৰ্যন্ত এই ঘটনা ৰহস্যৰ মাজত সোমায়ে আছে।

এতিয়ালৈ জানিবলৈ পৰা হোৱা নাই যে জোনমণিৰ মৃত্যু দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যাকাণ্ড?

আজি প্ৰয়াত জোনমণি ৰাভাৰ জন্মদিন (Junmoni Rabha Birthday)। আজিৰ দিনটোতে CBI-এ পুনৰ জেৰা চলালে কনিষ্টবল অনিল ভূঞাক (Nagaon Police Constable Anil Bhuyan)

Jonmani Rabha Birthday
কনিষ্টবল অনিল ভূঞা

ভাইৰেল অডিঅ’ (Viral Audio Clip) সন্দৰ্ভত জেৰা চলাইছে চিবিআয়ে। জোনমণিৰ মৃত্যুৰ পিছতে এটা অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল।

Junmoni Rabha Adya Shraddha

সেই অডিঅ’ ৰেকৰ্ডিঙতে তেওঁ অভিযোগ উত্থাপন কৰিছিল যে, জোনমণি ৰাভাক নগাঁও আৰক্ষীয়ে (Nagaon Police) হত্যা কৰিছে। নগাঁও আৱৰ্ত ভৱনত বৰ্তমানো ভূঞাক জেৰা চলাই আছে তদন্তকাৰী CBIৰ দলটোৱে।

নগাঁও সদৰ থানাৰ গাড়ীচালক-কনিষ্টবল ভূঞাক পুৱাৰে পৰা জেৰা অব্যাহত ৰাখিছে (Junmoni Rabha Birthday)

উল্লেখযোগ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে ভাইৰেল হৈছিল অনিল ভূঞাৰ এটা অডিঅ’ ক্লিপ (Anil Bhuyan Viral Audio Clip)। অনিল ভূঞাই এই অডিঅ’ ক্লিপটো নিজৰ বুলি স্বীকাৰ কৰিছিল আৰক্ষীৰ আগত।

এতিয়া সময়তহে লক্ষণীয় হ’ব যে অনিল ভূঞাৰ এই অডিঅ’ ক্লিপটোত কোৱা কথাখিনি কিমান সঁচা, কিমান মিছা?

Photo: Batori24

লগতে পঢ়কঃ Women Slaps MLA: “এতিয়া ইয়ালৈ কিয় আহিছা”- এই বুলি কয় মহিলাই বিধায়কক শোধালে “পূৰ্ণহতীয়া চৰ”; সকলো থান-বান হৈ যোৱাৰ পিছত বিধায়কজনে খবৰ ল’বলৈ গৈছিল বান পৰিস্থিতিৰ, তাৰ পিছতে এয়া…Watch Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -