31 C
Guwahati
Saturday, May 18, 2024

Tezpur Horrific Murder: নৃশংসতাৰ সীমা পাৰ! প্ৰথমে বন কৰা মহিলাক হত্যা; তাৰ পিছত ঘৰৰ চৌহদত গাঁত খান্দি থ’লে পুতি, আৰক্ষীয়ে গাঁত খান্দি উলিয়াই মৃতদেহ…

Tezpur Horrific Murder In Assam: তেজপুৰ (Tezpur) চহৰৰ চানমাৰী ৰে'লগেটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Horrific Murder Case)

Must Read

Tezpur Horrific Murder In Assam: তেজপুৰ (Tezpur) চহৰৰ চানমাৰী ৰে’লগেটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Horrific Murder Case)।

ৰাজু আইচ নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ (Women Deadbody Recover) ৷ লোকজনে বন কৰা মহিলাগৰাকীক হত্যা কৰি ঘৰৰ চৌহদতে গাঁত খান্দি থৈছিল পুতি (Women Deadbody Buried)

হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসৰ্মপণ কৰি ঘটনা অৱগত কৰিছিল ৰাজু আইচে। তাৰ পিছতে আৰক্ষীয়ে আটক কৰে লোকজনক (Tezpur Horrific Murder)

ধৃত ৰাজুৱে আৰক্ষীক মহিলাগৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা বুলি কৈছিল। তাৰ পিছতে ঘৰৰ চৌহদত পুতি থোৱা বুলি উল্লেখ কৰে। বৰ্তমানলৈকে মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷

আৰক্ষীয়ে গাঁত খান্দি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (Tezpur Police Detain Man)৷ হত্যাৰ সন্দেহত আৰক্ষীয়ে ৰাজুক আটক কৰিছে ৷

ধৃত ৰাজু পেচাত ই-ৰিক্সা চালক বুলি জানিব পৰা গৈছে (Tezpur Horrific Murder)

Photo & Input: Batori24

লগতে পঢ়কঃ Tamulpur Rape: নিৰ্লজ্জ ক’ব নে, জঘন্য! মানসিকভাবে অসুস্থ যুৱতীক “ধৰ্ষণ” এজন ৬০ বছৰীয়া লোকৰ; ৰাইজে ঘটনাটো দেখা পাই লোকজনক ধৰি দিয়ে লপাথপা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -