32 C
Guwahati
Thursday, May 16, 2024

RBI Withdraw Rs 2000 Notes: আকৌ বিমুদ্ৰাকৰণ! বন্ধ হ’ব ২ হাজাৰ টকীয়া নোট; ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সলনি কৰিব পাৰিব এই নোটসমূহ, এই ঘোষণা RBIৰ

RBI Withdraw Rs 2000 Notes: ভাৰতীয় ৰিজাৰ্ভ বেংকে আটাইটকৈ ডাঙৰ নোট ২০০০ টকীয়া নোটক লৈ বৃহৎ ঘোষণা কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক পৰামৰ্শ প্ৰদান কৰিছে যে তৎকালীনভাবে ২০০০ টকীয়া নোটখন প্ৰদান কৰিবলৈ বন্ধ কৰি দিয়ক।

Must Read

RBI Withdraw Rs 2000 Notes: ভাৰতীয় ৰিজাৰ্ভ বেংকে আটাইটকৈ ডাঙৰ নোট ২০০০ টকীয়া নোটক লৈ বৃহৎ ঘোষণা কৰিছে (RBI To Withdraw Rs 2000 Notes)।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুসৰি, ২০০০ টকীয়া নোট লিগেল টেণ্ডাৰ থাকিব, কিন্তু ইয়াক ছাৰ্কুলেছনৰ পৰা বাহিৰ কৰি দিয়া হ’ব (2000 Currency Note From Circulation But It Will Continue To Be Legal Tender)। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক পৰামৰ্শ প্ৰদান কৰিছে যে তৎকালীনভাবে ২০০০ টকীয়া নোটখন প্ৰদান কৰিবলৈ বন্ধ কৰি দিয়ক।

ক্লীন নোট পলিচীৰ (Clean Note Policy) ৰ অধীনত ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৩ৰ ৩০ ছেপ্টেম্বৰলৈ ২০০০ টকীয়া নোটসমূহ বেংকত জমা কৰিব পাৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুসৰি, ২০২৩ৰ ২৩ মে’ৰ পৰা যিকোনো বেংকত এটা সময়ত ২০০০ টকীয়া নোটসমূহক অন্য মূল্যবৰ্গৰ নোটেৰে বদলি কৰিব পাৰিব (RBI Withdraw Rs 2000 Notes)। নোট সলনি কৰাৰ সীমা ২০,০০০ টকা।

উল্লেখ্য, বিমুদ্ৰাকৰণৰ সময়ৰ পৰাই ২০০০ টকীয়া নোট দেশত প্ৰচলন হৈ আছিল। বিগত কিছু মাহৰ পৰা বজাৰত ২০০০ টকীয়া নোট কম দেখা পোৱা গৈছে।

Photo: Google

লগতে পঢ়কঃ Junmoni Case: তদন্ত নে প্ৰমাণ নষ্টৰ চেষ্টা! জোনমণিৰ ভাতৃৰ অভিযোগ- “কি কি লৈ গৈছে কোনোধৰণৰ চিজাৰ লিষ্ট দিয়া নাই আৰক্ষীয়ে”; জোনমণিৰ ঘৰত চলা আৰক্ষীৰ অভিযান সঁচাকৈয়ে তদন্ত আছিল নে?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -