25.8 C
Guwahati
Friday, May 3, 2024

Rangia Tragic Accident: খুবেই মৰ্মান্তিক! হাঁহি-ফূৰ্তিৰে বিয়া খাবলৈ গৈছিল এটা পৰিয়াল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস একেদিনাই প্ৰাণ হেৰুৱালে পিতৃ আৰু নৱ-বিবাহিতা কন্যাই, বাকী কেইগৰাকী আহত, ঘৰখনত এতিয়া কান্দোনৰ ৰোল..

Rangia Tragic Accident Son And Daughter Died: ৰঙিয়াৰ (Rangia) ভাতকুছিত (Bhatkuchi) ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrible Road Accident)।

Must Read

Rangia Tragic Accident Son And Daughter Died: ৰঙিয়াৰ (Rangia) ভাতকুছিত (Bhatkuchi) ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrible Road Accident)। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন ছুইফ্ট বাহন (Swift Car Fallen Into A Ditch)। দুৰ্ঘটনাটোত একেলগে প্ৰাণ হেৰুৱালে পিতৃ আৰু নৱ বিবাহিতা কন্যাই (Father And Daughter Died Together)। কৰুণ মৃত্যুক সাৱটি লোৱা পিতৃৰ নাম শিৱপ্ৰসাদ বৰুৱা আৰু কন্যাৰ নাম চন্দ্ৰমা বৰুৱা বুলি জানিব পৰা গৈছে।

Rangia Tragic Accident
মৃত পিতৃ
Rangia Tragic Accident
মৃত নৱবিবাহিতা কন্যা

দুৰ্ঘটনাটোত এটি শিশুসহ ৪ গৰাকী লোক গুৰুতৰভাবে আহত হয়। চালকে নিয়ন্ত্ৰণ হেৰুওৱাত এই দুৰ্ঘটনা (Tragic Road Accident) সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। মঙলদৈৰ পৰা বৰপেটালৈ বিয়া খাবলৈ গৈছিল এটা পৰিয়াল। যোৱাৰ সময়তে সংঘটিত হয় এই কৰুণ পথ দুৰ্ঘটনাটো (Rangia Tragic Accident)। বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোত আহত লোককেইগৰাকীক স্থানীয় ৰাইজৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে (Rangia Police) ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

বৰ্তমান ঘৰখনৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ। কান্দি-কান্দি চকুৰে বাট নেদেখা হৈছে পৰিয়ালৰ লোকসকল (Rangia Tragic Accident)। বাহনখনৰ অৱস্থা দেখি আপুনি নিশ্চয়কৈ বুজিব পাৰিছে যে কিমা ভয়ংকভাবে সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

Photo & Input: Batori24

লগতে পঢ়কঃ Singer Krishnamoni Chutia Accident: অনুষ্ঠান শেষ কৰি উভতাৰ পথতে কণ্ঠশিল্পী কৃষ্ণমণি চুতিয়াৰ বাহন দুৰ্ঘটনাত পতিত; টেম্প’ৰ সৈতে ভয়ংকৰ খুন্দা, সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হয় ইন’ভা গাড়ীখনৰ আগফালটো

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -