26 C
Guwahati
Thursday, May 2, 2024

Pune ACP Murder Suicide Case: Double Murderৰ পিছত আত্মহত্যা! প্ৰথমে পত্নী আৰু ভতিজাকক গুলীয়াই হত্যা; তাৰ পিছত নিজেও গুলীয়াই কৰিলে আত্মহত্যা…৩ গৰাকীৰে মৃত্যু, পুত্ৰৰ সন্মুখতে ঘটিল এই ঘটনা

Pune ACP Murder Suicide Case: সোমবাৰে (২৪ জুলাই) মহাৰাষ্ট্ৰৰ পুণেত সংঘটিত হৈছে এক হৃদয় কঁপোৱা হত্যা-আত্মহত্যাৰ ৰহস্যজনক ঘটনা

Must Read

Pune ACP Murder Suicide Case: সোমবাৰে (২৪ জুলাই) মহাৰাষ্ট্ৰৰ পুণেত (Maharashtra’s Pune) সংঘটিত হৈছে এক হৃদয় কঁপোৱা হত্যা-আত্মহত্যাৰ ৰহস্যজনক ঘটনা (Shocking Incident)।

তাত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই নিজৰ ঘৰতে নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে পত্নী আৰু ভতিজাকক গুলীয়াই হত্যা কৰে। তাৰ পিছত নিজেও গুলীয়াই কৰে আত্মহত্যা (Senior Pune Cop Shoots Dead Wife And Nephew, Then Dies By Suicide)

Pune ACP Murder Suicide Case

ঘটনাটো চহৰখনৰ ৱানেৰ এলেকাত (Baner Area) সংঘটিত হৈছে। মৃত আৰক্ষী বিষয়াজন ৫৭ বছৰীয়া অভিযুক্ত মৃত সহকাৰী আৰক্ষী আয়ুক্ত (ACP) আছিল। তেওঁ নিজৰ চৰকাৰী বাসগৃহতে আজি পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত কৰে এই ঘটনা (Pune ACP Murder Suicide Case)

Pune ACP Murder Suicide Case

পুণেত জ্যেষ্ঠ আৰক্ষী বিষয়াই পত্নী-ভতিজাক হত্যা কৰাৰ পিছত আত্মহত্যা কৰে

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মৃতকৰ পৰিচয় ক্ৰমে ACP ভাৰত গাইকৱাড় (ACP Bharat Gaikwad), তেওঁৰ পত্নী মনি গাইকৱাড় (Moni Gaikwad) (৪৪) আৰু ভতিজা দীপক (Nephew Deepak) (৩৫)।

চতুৰশৃংগী আৰক্ষী (Chaturshringi Police) থানাৰ বিষয়াই ক’লে যে ঘটনাটোৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু প্ৰাৰম্ভিক তদন্ত অনুসৰি এই ঘটনাটো পাৰিবাৰিক কন্দলৰ পৰিণতি বুলি ক’ব পাৰি।

আৰক্ষীয়ে ক’লে যে ভাৰত গাইকৱাড় অমৰাৱতীত (ACP In Amaravati) ACP পদত নিয়োজিত আছিল। তেওঁৰ দুটি সন্তান আছে, যি পত্নী আৰু মৃত ভতিজাকৰ সৈতে পুণেৰ ৱানেৰত বাস কৰিছিল। মৃত ACP গৰাকীয়ে শনিবাৰে অমৰাবতীৰ পৰা ছুটীত আহিছিল ঘৰলৈ (Pune ACP Murder Suicide Case)

পুণে ACP হত্যা-আত্মহত্যা, ভাৰত গাইকৱাড়েই ডাৱল মাৰ্ডাৰৰ (Double Murder) পিছত আত্মহত্যা কিয় কৰিলে?

ঘটনাটো খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। অনুসন্ধানে প্ৰকাশ কৰিছে যে ঘটনাটো সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হৈছিল। এচিপিগৰাকীয়ে প্ৰথমে তেওঁৰ পত্নীৰ মূৰত গুলী মাৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল (Pune ACP Murder Suicide Case)

গুলীৰ শব্দ শুনি তেওঁৰ পুত্ৰ আৰু ভতিজা ঘটনাস্থলীলৈ দৌৰি আহে আৰু দুৱাৰ খুলে। কিন্তু যেতিয়াই তেওঁলোকে দুৱাৰ খুলে, ACP-এ তেওঁৰ ভতিজাৰ ওপৰত গুলী চলাই, যিটো বুকুত লাগে। যাৰ ফলত লগে লগে মৃত্যু হয় ভতিজাকৰ।

আৰক্ষীয়ে কোৱা অনুসৰি দুয়োকে গুলী মৰাৰ পিছত গাইকৱাড়েই নিজৰ মূৰত গুলী মাৰিছিল। তিনিওজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল (Three Persons Died On The Spot)। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

Photo: Google

লগতে পঢ়কঃ Sawan 2023 Every Monday: সফল হোৱা নাই নেকি জীৱনত? শাওণৰ প্ৰতিটো সোমবাৰে কৰক নিজৰ ৰাশি অনুসৰি দান, পিছে আপোনাৰ ৰাশি কোনটো?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -