28 C
Guwahati
Wednesday, May 15, 2024

Assamese Girl Rape: ক’তো সুৰক্ষিত নহয় মহিলা-যুৱতী! আকৌ দিল্লীত ধৰ্ষণ অসমীয়া যুৱতীক; চাকৰিৰ টোপ দি মাতিলে দিল্লীলৈ, তাৰ পিছত ৩ হাজাৰত যুৱতীক গতালে গুৰুগ্ৰামৰ যুৱকৰ কোঠালৈ…পিছে

Assamese Girl Rape: মাত্ৰ ৩০০০ হাজাৰ টকাত গুৰুগ্ৰামৰ এজন যুৱকৰ হাতত যুৱতীগৰাকীক গতাই দিছিল দালাল চক্ৰটোৱে

Must Read

Assamese Girl Rape In Delhi: দিল্লীত পুনৰ ধৰ্ষণৰ বলি হ’ল অসমৰ এগৰাকী যুৱতী। দেওবাৰে দিল্লীৰ গুৰুগ্ৰামত কামনাৰ বলি হ’ল অসমৰ যুৱতীগৰাকী (Assamese Girl Rape In Delhis Gurugram)।

দালালে চাকৰি দিয়াৰ টোপ (Providing A Job) দি মাতি পঠিয়াইছিল দিল্লীলৈ। তাৰ পিছত দিল্লী হৈ গুৰুগ্ৰামলৈ সৰবৰাহ কৰা হৈছিল যুৱতীগৰাকীক (Assamese Girl Rape)

Assamese Girl Rape

মাত্ৰ ৩০০০ হাজাৰ টকাত গুৰুগ্ৰামৰ এজন যুৱকৰ হাতত যুৱতীগৰাকীক গতাই দিছিল দালাল চক্ৰটোৱে (Girl Sold 3 Thousand Rupees)

আচৰিত কথাটো হ’ল যে এই দালাল চক্ৰটোৰ (Broker Sold Assamese Girl) নেতৃত্বত আছে অসমৰ পূজা আৰু মামনি নামৰ ২গৰাকী মহিলা।

জানিবলৈ দিয়া অনুসৰি সোমবাৰে নিশা জোৰ-জৱৰদস্তিৰে যুৱতীগৰাকীক ৩ হাজাৰ টকাত এজন যুৱকৰ হাতত গতাই দিয়ে (Gurugram Youth)। যুৱকজনে যুৱতীগৰাকীক হোটেললৈ নি ধৰ্ষণ কৰে (Assamese Girl Rape)

ইয়াৰ পিছতে নিশা গোপনে হোটেলৰ পৰা পলাই আহি গুৰুগ্ৰাম আৰক্ষীৰ (Gurugram Police) কাষ চপাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। যুৱতীগৰাকীৰ ভাষ্য অনুসৰি বহু যুৱতীক এনেদৰেই দেহ ব্য়ৱসায়ত লিপ্ত কৰাইছে এই দালাল চক্ৰটোৱে।

ইফালে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ (Delhi Police) উত্তৰ-পূব চেলৰ সমন্বয়ক ঘিতাশ্ৰী ভূঞা নুৰলাই উল্লেখ কৰে যে, বিমান-ৰে’লেৰে অসমৰ পৰা সৰবৰাহ হৈ আছে নাবালিকা-কিশোৰী-যুৱতী।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ক’তো সুৰক্ষিত নহয় নেকি মহিলা-যুৱতী বা কিশোৰী (Assamese Girl Rape)?

Photo: Google

লগতে পঢ়কঃ Majuli Rape Lifetime Imprisonment: “মানুহজনক জেলত দিলে নহ’ব; মোকো দিয়ক, মই ৩ মহীয়া কেঁচুৱাটো লৈ কেনেকৈ জীয়াই থাকিম”- ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়ৰ পিছতে পত্নীৰ কান্দি কান্দি অনুৰোধ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -