32 C
Guwahati
Sunday, May 19, 2024

Batori 24

spot_img

লজ্জাজনক! মলৰ ভিতৰত নগ্ন কৰি যুৱকক তালাচী; লাজ-অপমানত মুখ ওলাব নোৱাৰি কৰিলে আত্মহত্যা, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

পুনৰ অসমীয়া যুৱকৰ প্ৰাণ ল'লে বহিৰাগত ব্যাৱসায়ীক প্ৰতিষ্ঠানে। ৰঙিয়াত (Rangia) বহিৰাগত প্ৰতিষ্ঠানৰ নিৰ্যাতনৰ বলি হৈ ৰঙিয়াৰ এজন যুৱকে আত্মহত্যা (Youth Commited Suicide) কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

‘পাঠান’ লীক! মুক্তিৰ পূৰ্বেই লীক (Leaked) হ’ল বিতৰ্কিত ছবি ‘পাঠান’; ৬টাকৈ জনপ্ৰিয় ৱেবছাইটে লীক কৰিলে ছবিখন!

যিসকল ছবিপ্ৰেমীয়ে ছবিখন চাব বিচাৰে তেওঁলোকে এই ছবিখন ঘৰতে বহি চাব পাৰিব কিন্তু ই ব্যৱসায়ত যথেষ্ট প্ৰভাৱ পেলাব। ইফালে ছবিখনৰ লীকৰ (Shah Rukh Khan's Pathaan Leaked Online) এই খবৰটোৱে নিৰ্মাতাক চিন্তিত কৰি তুলিছে

বিতৰ্ক, বয়কট আৰু প্ৰতিবাদ! অৱশেষত আজি দেশজুৰি মুক্তিলাভ শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ (Pathaan); পুৱাৰে পৰা চিনেমাঘৰত লানি নিছিগা ভিৰ

বহুকেইটা চিনেমাহলত আজি পুৱা ৬ বজাৰ পৰা ‘পাঠান’(Pathaan) ৰ দৰ্শনী ৰখা হৈছে। প্ৰত্যকটো ছবিগৃহতে পাঠান চাবলৈ ৰাইজে কৰিছে ভিৰ। ইফালে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ (Guwahati) প্ৰতিটো চিনেমাহলতে অভূতপূৰ্ব ভিৰ ছবিপ্ৰেমীসকলৰ

সংসদৰ বাহিৰত পেট্ৰ’ল ঢালি আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ; দেহৰ ৮০ শতাংশই জ্বলি যায় যুৱকজনৰ, কিন্তু ৰহস্যৰ আৱৰ্তত আত্মহত্যাৰ কাৰণ!

নেপালত (Nepal) সংসদৰ বাহিৰত (Federal Parliament) পেট্ৰ'ল ঢালি এজন যুৱকৰ আত্মজাহ (Attempt Suicide)। সংকটজনক অৱস্থাত যুৱকজনক কিৰ্তিপুৰৰ বাৰ্ণ চিকিৎসালয়লৈ (Burn Hospital In Kirtipur) লৈ যোৱা হয়

মৰ্মান্তিক! কণমানি পুত্ৰক লৈ বজাৰলৈ গৈ আছিল মাতৃ; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ট্ৰাকৰ খুন্দাত একেলগে প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই

মঙলবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো (horrific Road Accident)। কণমানি পুত্ৰক লগত লৈ বজাৰলৈ যোৱাৰ সময়তে দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ একেলগে প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই (Mother And Son Died Together)।

আজৱ ঘটনা! ফ্লাইঅভাৰৰ পৰা এজন লোকৰ টকাৰ বৰষুণ; তাকো কেৱল ১০ টকীয়া নোটহে, নোট বুটলিবলৈ ভিৰ মানুহৰ, ভাইৰেল ২টাকৈ Video

বৰ্তমান এই আজৱ কাণ্ডটোৰ দুটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে

জানি থওক! শনি দেৱতাই (Shani Dev) এইসকল লোকক যথেষ্ট বেয়া পায়; যিসকল লোকে কৰে এইবোৰ ভুল, গোটেই জীৱন ভোগে কষ্ট…আহক জানো

Shani Dev 2023: শনিৰ প্ৰকোপ ২০২৩ৰ ১৭ জানুৱাৰীত আৰম্ভ হৈছে আৰু এতিয়া ২০২৩ৰ ৩১ জানুৱাৰীত শনিৰ প্ৰভাৱ আঁতৰিব কুম্ভ ৰাশিৰ পৰা। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ বাবে এয়া বেদনাদায়ক হ'ব পাৰে, গতিকে সেইসকল লোকে এইসমূহ কাম কৰিব নালাগে যিবোৰ শনি দেৱক অসন্তুষ্ট কৰে। Shani Dev 2023: শনিৰ প্ৰকোপ ২০২৩ৰ ১৭ জানুৱাৰীত আৰম্ভ হৈছে আৰু এতিয়া ২০২৩ৰ ৩১ জানুৱাৰীত শনিৰ প্ৰভাৱ আঁতৰিব কুম্ভ ৰাশিৰ পৰা। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ বাবে এয়া বেদনাদায়ক হ'ব পাৰে, গতিকে সেইসকল লোকে এইসমূহ কাম কৰিব নালাগে যিবোৰ শনি দেৱক অসন্তুষ্ট কৰে।

Subscribe

- Never miss a story with notifications

- Gain full access to our premium content

- Browse free from up to 5 devices at once

Must read

spot_img